ETV Bharat / state

নিৰ্মাণৰ ছমাহ পিছতেই দলঙত ফাঁটঃ সকলো মেনেজ KMCৰ ওচৰত - KMC

পাটাছাৰকুছিৰ পৰা কালজাৰ পৰ্যন্ত মুঠ 27.2 কিলোমিটাৰ পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল KMC নামৰ এটা নিৰ্মাণকাৰী সংস্থাই ৷ 2005 চনতে নিৰ্মাণৰ কাম আৰম্ভ কৰা সংস্থাটোৱে 14 বছৰ পিচটো সম্পূৰ্ণ কৰিব নোৱাৰিলে নিজৰ কাম ৷

নিৰ্মাণৰ ছমাহ পিছতেই দলঙত ফাঁটঃ সকলো মেনেজ KMCৰ ওচৰত
author img

By

Published : May 12, 2019, 5:15 PM IST

পাঠশালা, 12 মেঃ পাঠশালাত 31 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী ৷ মাত্ৰ 6 মাহ পূৰ্বে মুকলি কৰা ৰেলৱে ক্ৰছিং অভাৰব্ৰীজত মেলিছে চিৰাল ফাট ৷

উল্লেখযোগ্য যে, পাটাছাৰকুছিৰ পৰা কালজাৰ পৰ্যন্ত 27.2 কিলোমিটাৰ পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল KMC নামৰ নিৰ্মাণকাৰী সংস্থাই ৷ 2005 চনতে নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল আৰু 2008 ত সম্পন্ন কৰাৰ নিৰ্দেশনা আছিল সংস্থাটোৰ ওপৰত ৷ কিন্তু 14 বছৰৰ অন্তত কোনোমতে নিৰ্মাণৰ কাম সম্পন্ন কৰিবলৈ সক্ষম হৈছিল KMCয়ে ৷ নিৰ্মাণৰ নামত কোটি কোটি টকাৰ ধন আত্মসাৎ কৰাৰ লগতে নিৰ্মাণৰ 6 মাহ পিচতেই বিভিন্ন ঠাইত দেখা গৈছে প্ৰকাণ্ড প্ৰকাণ্ড ফাঁট ৷

নিৰ্মাণৰ ছমাহ পিছতেই দলঙত ফাঁটঃ সকলো মেনেজ KMCৰ ওচৰত

পাঠশালা চহৰৰ সমীপত থকা ৰেলৱে ক্ৰছিং অভাৰব্ৰীজখনৰ ক্ষেত্ৰটো দেখিবলৈ পোৱা গৈছে একেই দৃশ্য ৷ দলংখনৰ এটা অংশ নিৰ্মাণ নকৰাকৈয়ে মুকলি কৰি দিয়া হৈছিল যদিও এতিয়া তাতো ফাঁট মেলিছে ৷ ফলত বন্ধ কৰি দিব লগা হৈছে দলংখন ৷ এইক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অনুৰোধ জনাই অহা হৈছে যদিও সকলো দেখি বুজিও যেন মেনেজ হৈ আছে বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰী বিভাগ ৷

Intro:

পাঠশালা ত 31 নং ৰাষ্ট্ৰীয় ঘাইপথ ত বৃহৎ কেলেংকাৰী ll

6 মাহ পূৰ্বে মুকলি কৰা অভাৰব্ৰীজ ত চিৰাল ফাট ll

পৰিনতিত এটা অংশ বন্ধ কৰা হল যাতায়ত ll

Body:১২মে পাঠশালা: পাঠশালা ত 31 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ ত kmc নামৰ কোম্পানী টোৱে সংঘটিত কৰিছে বৃহৎ কেলেংকাৰী l মাথোঁ 6 মাহ পূৰ্বে পাঠশালা ত 31 নং ৰাষ্ট্ৰীয় ঘাইপথ ত প্ৰায় 1 km দূৰত্ব ৰ এখন over bridge নিৰ্মাণ কৰি যাতায়তৰ বাবে মুকলি কৰি দিছিল যদিও সেইখনত কেবা ঠাইত এতিয়া প্ৰকাণ্ড চিৰাল ফাট l পৰিনতিত Bridge খন ৰ এটা অংশত বন্ধ কৰা হৈছে যাতায়ত l উল্লেখযোগ্য যে পাটাছাৰকুছিৰ পৰা কালজাৰ পৰ্যন্ত 27.2 km পথ kmc এ নিৰ্মাণ কৰিছিল অাৰু 2005 চনত আৰম্ভ কৰা কাম্ 2008 ত সম্পন্ন কৰিৱ লগীয়া নিৰ্ধাৰণ আাছিল l কিন্তু 14 বছৰৰ অন্তত কোনোমতে kmc এ মাথো 6 মাহ পূৰ্বে এই Bridge খন যাতায়তৰ বাবে মুকলি কৰি দিছিল যদিও Bridge খনৰ কেবা ঠাইত এতিয়া দেখা গৈছে কেবাটাও প্ৰকাণ্ড গাঁত l আনকি Bridge খনৰ আনটো অংশ অাজি পৰ্যন্ত সমাপ্ত কৰিবলৈ সক্ষম হোৱা নাই kmc l পথ নিৰ্মাণৰ গাফিলতিৰ বাবে বহু দুৰ্ঘটনা হল.. বহু লোকৰ প্ৰাণ হানি হল.. আৰু বহু প্ৰতিবাদ ও হল কিন্তু তথাপি চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষ সকলো দেখিও নিৰৱ দৰ্শক l kmc ৰ প্ৰতি কিহৰ বাবে ইমাণ দৰদ সেয়া যেন এক নুবুজা সাঁথৰ l কিন্তু যি নহলেও kmc এ সুৰুঙা বুজি Bridge খন কেইদিনমান ৰ ভিতৰত মেৰামতি কৰিৱ ঠিকেই কিন্তু যি কোনো মুহূৰ্তত যে Bridge খনে ভয়াৱহ বিপদ মাতি আনিব সেয়া নিশ্চিত l
Conclusion:

Byte - স্হানীয় ৰাইজ ‌
ডিম্পল তালুকদাৰ
৪২নং পাটাছাৰকুছি সমষ্টি
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.