ETV Bharat / state

বিধায়ক পদ্ম হাজৰিকাৰক সমালোচনা হাফিজ ৰফিকুল ইছলামৰ

author img

By

Published : Aug 3, 2020, 9:18 PM IST

যোৱা ৩১ জুলাইত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই হাতত বন্ধুক লৈ সাধাৰণ লোকক ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগেৰে বিধায়ক গৰাকীক সমালোচনা কৰিলে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ।

aiudf-mla-hafijul-condemn-on-padma-hazarikas-activity-with-arms
হাতত বন্দুক লোৱা প্ৰসংগৰে পদ্ম হাজৰিকাৰক হাফিজ ৰফিকুল ইছলামৰ সমালোচনা

জনীয়া,৩আগষ্ট: জনীয়া সমষ্টিৰ বিধায়ক ড৹ ৰফিকুল ইছলামে কয় যে, বিশ্বনাথ জিলাৰ জামুগুৰিহাটৰ চকিঘাটত সংঘটিত হোৱা অপ্ৰীতকৰ ঘটনাটোৰ আলমত বিধায়ক পদ্ম হাজৰিকাই হাতত বন্ধুক তুলি লোৱা কাৰ্য কেতিয়াও সমৰ্থন যোগ্য হ'ব নোৱাৰে ।

জামুগুৰিহাটৰ চকিঘাটত সংঘটিত হোৱা অপ্ৰীতকৰ ঘটনাৰ লগত জড়িত দোষীক কৰায়ত্ত কৰাৰ লগতে উচিত শাস্তিৰ দাবী কৰিলে বিধায়ক ৰফিকুল ইছলামে । ইয়াৰ লগতে বিধায়ক ইছলামে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই হাতত বন্দুক তুলি লোৱা কাৰ্যক অগণতান্ত্ৰিক আখ্যা দি বিষয়টোত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিলে।

লগতে এই ঘটনাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা নকৰি বিধায়ক মৃণাল হাজৰিকাই ঘটনাক লৈ অধিক উচটনি যোগাবলৈহে চেষ্টা কৰা বুলি কৈ মৃণাল হাজৰিকাকো কটাক্ষ কৰিলে বিধায়ক ইছলামে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.