ETV Bharat / state

বৰপেটাত এআইইউডিএফৰ নিৰ্বাচনী সভা - election campaign

বৃহস্পতিবাৰে জনিয়া বিধানসভা সমষ্টিৰ জনতাত এআইইউডিএফৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ সভাত অংশগ্ৰহণ কৰি ডঃ হাফিজ ৰফিকুলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় নাওবৈচা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে ৷

বৰপেটাত এআইইউডিএফৰ নিৰ্বাচনী সভা
author img

By

Published : Apr 19, 2019, 11:23 AM IST

বৰপেটা ১৯ এপ্ৰিলঃ 23 এপ্ৰিলত বৰপেটা লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ৷ সমষ্টিটো দখলৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে দল দথা প্ৰাৰ্থীসকলে ৷ বৃহস্পতিবাৰে জনিয়া বিধানসভা সমষ্টিৰ জনতাত এআইইউডিএফৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷

বৰপেটাত এআইইউডিএফৰ নিৰ্বাচনী সভা

সভাত অংশগ্ৰহণ কৰি ডঃ হাফিজ ৰফিকুলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় নাওবৈচা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে ৷ চৌধুৰীয়ে ভাষণ প্ৰসংগত কংগ্ৰেছ আৰু বিজেপিক তুলাধূনা দিয়াৰ উপৰিও মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক জিকাবলৈ আব্দুল খালেকে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লৈছে বুলি অভিযোগ কৰে ৷ লগতে এ আই ইউ ডি এফে প্ৰাৰ্থিত্ব আগবঢ়োৱা তিনিখন আসনেই পাব বুলি দাবী কৰে মামুন ইমদাদুলে ৷

Slug: A_BAR_19APR_803TO8006_ELECTION_MEETING_OF_AIUDF_VIS+BITE_BAKAN_DAS
এ আই ইউ ডি এফৰ নিৰ্বাচনী সভা ৷  ডঃ হাফিজ ৰফিকুলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় নাওবৈছা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে। 

বৰপেটা ১৯ এপ্ৰিল : বৰপেটাৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ যেন আকৰ্ষণীয় হৈ পৰিছে। এ আই ইউ ডি এফ আৰু কংগ্ৰেছে নিজৰ নিজৰ প্রার্থীক জিকাবলৈ অপ্ৰাণ চেষ্টা কৰা পৰিলক্ষিত হৈছে। পিছ পৰি থকা নাই বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ তৎপৰতা। কংগ্ৰেছে যদি এখন নিৰ্বাচনী সভাৰ আয়োজন কৰিছে, ইয়াৰ বিপৰীতে এ আই ইউ ডি এফেও নিজৰ প্ৰাৰ্থীক জিকাবলৈ তিনিখন সভা কৰিছে।  জনীয়া সমষ্টিৰ জনতাত এ আই ইউ ডি এফৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত অংশগ্ৰহণ কৰি ডঃ হাফিজ ৰফিকুলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় নাওবৈছা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে। তেওঁ ভাষণ প্ৰসংগত কংগ্ৰেছ আৰু বিজেপিক তুলাধূনা দি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস অৰ্থাৎ বিজেপিক জিকাবলৈ আব্দুল খালেকে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লৈছে বুলি মন্তব্য কৰে। ইফালে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, এ আই ইউ ডি এফে প্ৰাৰ্থীত্ব আগবঢ়োৱা তিনিখন আসনেই পাব বুলি দাবী কৰে মামুন ইমদাদুলে।
বাইট: বিধায়ক মামুন ইমদাদুল হক।                                
  --- বাপকন দাস, বৰপেটা                            ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.