ETV Bharat / state

কলগাছিয়াৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুপস্থিত কৰ্মচাৰী - জনীয়া

মঙলবাৰে পুৱা ১০-৩০ বজাতো কাৰ্যালয়ত উপস্থিত নহ'ল কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ড কাৰ্যালয়ৰ এগৰাকীও বিষয়া কৰ্মচাৰী । এজন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাহিৰে মঙলবাৰে কাৰ্যালয়ত উপস্থিত নাই কোনো বিষয়া-কৰ্মচাৰী।

খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুপস্থিত কৰ্মচাৰী
author img

By

Published : Aug 27, 2019, 12:55 PM IST

বৰপেটা, 27 আগষ্টঃ কলগাছিয়াৰ ৰূপসী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত মঙলবাৰে পুৱা 10.30 বজা পৰ্যন্ত উপস্থিত নহ'ল এগৰাকীও বিষয়া কৰ্মচাৰী ৷ ছামছুল হক নামৰ এগৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰী আৰু বাছেৰ আলী নামৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাহিৰে কাৰ্যালয়ত উপস্থিত নহ'ল কোনো এগৰাকী কৰ্মচাৰী।

খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুপস্থিত কৰ্মচাৰী

এনে অনিয়মীয়া উপস্থিতিৰ বাবে দীৰ্ঘদিনৰ পৰাই হাৰাশাস্তিৰ সন্মুখীন হৈছে সৰ্ব সাধাৰণ ৰাইজ । আনহাতে ভুক্তভোগী ৰাইজে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কৰ্তৃপক্ষক । অৱশ্যে একাংশ কৰ্মচাৰী এন আৰ চিৰ কামত নিয়োজিত হৈ থকা বুলিও জানিবলৈ দিয়ে বিষয়া সকলে৷

Intro:slug: as_jania_27aug_every_employee_absent_vis2+byt4+ph1_spl_pkg_story_asc10058

Anchor: পুৱা ১০-৩০ বজাতো বিষয়া-কৰ্মচাৰী উপস্থিত নহয় কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ত। এজন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাদে মঙ্গলবাৰে কাৰ্যালয়ত উপস্থিত নাই কোনো এগৰাকী বিষয়া-কৰ্মচাৰী।Body:slug: as_jania_27aug_every_employee_absent_vis2+byt4+ph1_spl_pkg_story_asc10058

VO-1: দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল ৰাজ্যিক বিজেপি চৰকাৰৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত মন্ত্ৰী নৱ কুমাৰ দলেৰ বিভাগটোৰ বিষয়া-কৰ্মচাৰী সকলে নিজৰ নিজৰ খেয়াল-খুচিমতে কৰ্তব্য কৰি গ'লেও মন্ত্ৰী নৱ কুমাৰ দলেৰ মেহেৰবানত কোনো অসুবিধা হোৱা নাই কৰ্মচাৰী সকলৰ। তাৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে কলগাছিয়াৰ ৰূপসী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰী সকলে। মঙ্গলবাৰে পুৱা ১০-৩০ বজালৈ ছামছুল হক নামৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী আৰু বাছেৰ আলী নামৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাদে কাৰ্যালয়ত উপস্থিত নাই কোনো এগৰাকী কৰ্মচাৰী। এনে অনিয়মীয়া উপস্থিতৰ বাবে দীৰ্ঘদিনৰ পৰাই প্ৰত্যেকদিনাই হাৰাশাস্তি পাই আহিছে সৰ্ব সাধাৰণ ৰাইজে। কাৰ্যালয়টোৰ বিষয়ে ঘনেপ্ৰতি পাই থকা অভিযোগৰ মজ্ঞলবাৰে সাংবাদিকৰ দল এটা ১০-৩০ বজাত উপস্থিত হৈ কলগাছিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰতিখন টেবুল খালি পায়। তদন্ত সাপেক্ষে এই ক্ষেত্ৰত ৰাইজে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অবশ্যে একাংশ কৰ্মচাৰী এন আৰ চিৰ কামত নিয়োজিত হৈ থকা বুলিও কিছুমানে জানিবলৈ দিয়ে।
Conclusion:slug: as_jania_27aug_every_employee_absent_vis2+byt4+ph1_spl_pkg_story_asc10058

Byte: উপস্থিত থকা কৰ্মচাৰী আৰু ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.