ETV Bharat / state

বিদেশী ন্যায়াধীকৰণ বন্ধ কৰাৰ দাবী আম আদমী পাৰ্টিৰ - NRC

আম আদমী পাৰ্টিৰ বৰপেটা জিলাৰ সমন্বয়ক ফাৰুক খানে বিদেশী ন্যায়াধিকৰণ প্ৰক্ৰিয়া ন্যায়সংগত নোহোৱাৰ বাবে বৰপেটা উকীল সন্থাই বৰপেটা বিদেশী ন্যায়াধীকৰণ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷

আম আদমী পাৰ্টিৰ সংবাদমেল
author img

By

Published : May 19, 2019, 11:46 PM IST

বৰপেটা, 19 মে': ৰাষ্ট্ৰীয় নাগৰীকপঞ্জীৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰা, ডিটেনশ্যন কেম্প আৰু বিদেশী ন্যায়াধীকৰণ বন্ধ কৰাৰ দাবীত কলগাছিয়াত আম আদমী পাৰ্টিৰ সংবাদমেল । সংবাদমেলত বিদেশী ন্যায়াধীকৰণ প্ৰক্ৰিয়া ন্যায় সংগত নোহোৱাৰ অভিযোগ আম আদমী পাৰ্টিৰ সদস্যসকলৰ ৷

আম আদমী পাৰ্টিৰ সংবাদমেল

সংবাদমেল সম্বোধন কৰি আম আদমী পাৰ্টিৰ বৰপেটা জিলাৰ সমন্বয়ক ফাৰুক খানে বিদেশী ন্যায়াধীকৰণ প্ৰক্ৰিয়া ন্যায়সংগত নোহোৱাৰ বাবে বৰপেটা উকীল সন্থাই বৰপেটা বিদেশী ন্যায়াধীকৰণ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷ ইয়াৰ পূৰ্বেও সংগঠনটোৱে ডিটেনশ্যন কেম্প আৰু বিদেশী ন্যায়াধীকৰণ বন্ধ কৰাৰ দাবীত যোৱা ১৭ মে'ত মানৱ অধিকাৰ আয়োগক অভিযোগ দাখিল কৰিছে বুলি সংবাদমেলত উল্লেখ কৰে ফাৰুক খানে ৷

Intro:slug: as_jania_19may_aap_pressmeet_vid1+pho1_asc10058

জনীয়া, ১৯ মে: বিদেশী সমস্যা সমাধান, সোনকালে এন আৰ চিৰ কাম সম্পূৰ্ণ কৰা, ডিটেনশ্যন কেম্প আৰু বিদেশী ন্যায়াধীকৰন বন্ধ কৰাৰ দাবীত কলগাছিয়াত আম আদমী পাৰ্টিৰ সংবাদমেল।Body:slug: as_jania_19may_aap_pressmeet_vid1+pho1_asc10058

বিদেশী সমস্যা সমাধান, সোনকালে এন আৰ চিৰ কাম সম্পূৰ্ণ কৰা, ডিটেনশ্যন কেম্প আৰু বিদেশী ন্যায়াধীকৰন বন্ধ কৰাৰ দাবীত কলগাছিয়াত আম আদমী পাৰ্টিৰ সংবাদমেল। আম আদমী পাৰ্টিৰ বৰপেটা জিলাৰ সমন্বয়ক ফাৰুক খানে সংবাদমেলৰ জৰিয়তে কয় যে, ডিটেনশ্যন কেম্প আৰু বিদেশী ন্যায়াধীকৰন বন্ধ কৰাৰ দাবীত যোৱা ১৭ মে'ত অসমৰ মানৱ অধিকাৰ আয়োগক অভিযোগ দিয়া হৈছে আৰু মানৱ অধিকাৰ আয়োগে ইয়াৰ শুনানিৰ বাবে পৰৱৰ্তী সময়ত শুনানি গ্ৰহণ কৰি ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰোপৰিও ভাৰতৰ কোনো ৰাজ্যত নথকা বিদেশী ন্যায়াধীকৰনত হোৱা ন্যায় প্ৰক্ৰিয়া ন্যায় সংগত নোহোৱাৰ অভিযোগ বিভিন্ন সময়ত হৈ থকা বাবে বৰপেটা উকীল সন্থাই বৰপেটা বিদেশী ন্যায়াধীকৰন বৰ্জন কৰাৰ সিদ্ধান্তই ইয়াৰ সত্যতা প্ৰতিপন্ন কৰা বুলি দাবী কৰে আম আদমী পাৰ্টিয়ে।Conclusion:slug: as_jania_19may_aap_pressmeet_vid1+pho1_asc10058

বাইট: সংবাদ মেলত ফাৰুক খানৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.