ETV Bharat / state

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰঙালী বিহুৰ প্ৰস্তুতি - হাউলী

ৰাজ্যখনৰ অন্য প্ৰান্তৰ লগতে বৰপেটাৰ হাউলীতো এতিয়া পূৰ্ণগতিত চলিছে বিহুৰ প্ৰস্তুতি। বৰপেটাৰ হাউলীত অনুষ্ঠিত বিহু কৰ্মশালাত ভাগ লৈছে শতাধিক অংশগ্ৰহনকাৰীয়ে ।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰঙালী বিহুৰ প্ৰস্তুতি
author img

By

Published : Apr 9, 2019, 2:36 PM IST

বৰপেটা,৯এপ্ৰিলঃ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন । ৰাজ্যৰ চৌদিশে এতিয়া বিহুক আদৰাৰ প্ৰস্তুতি । ৰাজ্যখনৰ ঠাইয়ে ঠাইয়ে অনুষ্ঠিত হৈ আছে বিহু নাচৰ কৰ্মশালা । বৰপেটাৰ হাউলীতো হাউলী ৰাস মহোৎসৱ সমিতিৰ উদ্যোগত আৰু হাউলী বিহু সুৰক্ষা সমিতিৰ সহযোগত অনুষ্ঠিত হৈছে সপ্তাহযোৰা বিহু নাচৰ কৰ্মশালা ।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰঙালী বিহুৰ প্ৰস্তুতি

বিহুৱতী জুনু তালুকদাৰৰ নেতৃত্বত হাউলী ৰাস মন্দিৰত অনুষ্ঠিত হোৱা কৰ্মশালাখনত ভাগ লৈছে শতাধিক যুৱতীয়ে ৷ কেৱল যুৱতীয়েই নহয় ৰৈ থকা নাই কণ কণ শিশুসকলো । হাউলী অঞ্চলৰ প্ৰায় সকলো বয়সৰ যুৱতী, কিশোৰী, শিশু এনেদৰে ব্যস্ত হৈ পৰিছে বিহু নাচৰ কৰ্মশালাত ।

Slug:       A_BAR_9APR_801TO804_BIHU_DANCE_KARMASALA_AT_HOWLY_VIS+BITE+PHOTO_BAPKAN_DAS.                                                                
 ৰঙালী বিহু সমাগতঃ বৰপেটাৰ হাউলীত বিহু নাচৰ কৰ্মশালাত ভাগ ললে শতাধিক শিশু- যুৱতীয়ে ৷৷

বৰপেটা, ৯ এপ্ৰিলঃ অসমীয়া জাতিৰ প্ৰাণ ৰঙালী বিহু আহি পদূলিমুঁখ পালেহিয়েই ৷ ৰঙালী বিহুক আদৰিবলৈ  ৰাজ্যবাসী প্ৰায় সাজু হৈ পৰিছে ৷ তাৰমাজতে ৰাজ্যখনৰ ঠায়ে ঠায়ে   অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা ৷ বৰপেটাৰ হাউলীতো
হাউলী ৰাস মহোৎসৱ সমিতিৰ উদ্যোগত আৰু হাউলী বিহু সুৰক্ষা সমিতিৰ সহযোগত অনুষ্ঠিত হৈছে সপ্তাহযোৰা বিহু নাচ কৰ্মশালা । বিহুৱতী জুনু তালুকদাৰৰ নেতৃত্বত হাউলী ৰাস মন্দিৰত অনুষ্ঠিত কৰ্মশালাখনত ভাগ লৈছে শতাধিক যুৱতীয়ে ৷ অকল যুৱতীসকলেই নে!! ৰন্ধ্ৰত যাৰ প্ৰৱাহিত অসমীয়াৰ তেজ, সেই বাপটিসাহোন বিহুতিত নানাচি জানো ৰৈ থাকিব শিশু কিশোৰীসকল ৷ সেয়ে ৰৈ থকা নাই কন কন শিশুসকলো ৷ এই  শিশুসকলেও এনেদৰেই লৈছে বিহু নাচৰ পাঠ ৷ হাউলী অঞ্চলৰ প্ৰায় সকলো বয়সৰ যুৱতী, কিশোৰী, শিশুৱে এনেদৰে ব্যস্ত হৈ পৰিছে বিহু নাচৰ কৰ্মশালাত । বিহু নাচ প্ৰশিক্ষক জুনু তালুকদাৰেও কলে আধুনিকতাৰ নামত যাতে হেৰাই যাব নোৱাৰে আমাৰ জাতীয় উৎসৱ বিহুৰ ঐতিহ্য, পৰম্পৰা, তাৰবাবে এনেদৰে নৱ প্ৰজন্মৰ মাজত কৰ্মশালা অনুষ্ঠিত কৰি বিহুৰ বিশুদ্ধ ৰূপতো অক্ষুন্ন ৰখাৰ প্ৰয়ায় চলাই থকা হৈছে ৷

বাইটঃ জুনু তালুকদাৰ, প্ৰশিক্ষক ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ,  বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.