ETV Bharat / state

বৰপেটাৰ জনীয়াত জব্দ ৭০ বেগ চাউল

author img

By

Published : Dec 1, 2020, 7:40 AM IST

বৰপটাৰ জনীয়াত সোমবাৰে জব্দ হয় 70 বেগ চাউল ৷ জনীয়াৰ পৰা কলগাছিয়ালৈ নি থকা অৱস্থাত স্থানীয় লোকে জব্দ কৰি চাউলৰ বাহনসহ আৰক্ষীক চমজাই দিয়ে ৷

বৰপেটাৰ জনীয়াত জব্দ ৭০ বেগ চাউল
বৰপেটাৰ জনীয়াত জব্দ ৭০ বেগ চাউল

জনীয়া,1 ডিচেম্বৰঃ সোমবাৰে নিশা বৰপেটাৰ জনীয়াৰ পৰা জব্দ হয় 70 বেগ চাউল ৷ জানিব পৰামতে কলগাছিয়া বজাৰৰ পৰা জাহিদুল বেগ পালহাজি নামৰ এজন ব্যৱসায়ীৰ ঘৰলৈ নি থকা অৱস্থাত জনীয়াত একাংশ লোকে চাউল কঢ়িয়াই নিয়া AS-15AC-1714 নম্বৰৰ এখন বলেৰ' পিকাপ গাড়ী চালকসহ আৰক্ষীক চমজাই দিয়ে ৷ চালকৰ ভাষ্য অনুসৰি চাউলখিনি কলগাছিয়াৰ উক্ত ব্যৱসায়ী জনৰ নিৰ্দেশমৰ্মে কলগাছিয়া বজাৰৰ পৰা নি থকা হৈছিল ৷ পিচত স্থানীয় লোকৰ পৰা বৰপেটা সদৰ আৰক্ষীয়ে বলেৰ' পিকাপ গাড়ীখন থানালৈ লৈ যায় ৷

অৱশ্যে চাউলখিনি বৈধ নে অবৈধ সেয়া আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব ৷ এতিয়াও জানিব পৰা হোৱা নাই চাউলখিনিৰ সম্পূৰ্ণ তথ্য ৷

লগতে চাওকঃ আছু ত্যাগ কৰিলেও নীতি আদৰ্শ সদায় মানি চলিমঃ লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.