ETV Bharat / state

উজনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছত উদ্ধাৰ 46 টাকৈ দুষ্প্ৰাপ্য কাছ

author img

By

Published : Jan 20, 2020, 8:25 AM IST

ৰে'লৱে আৰক্ষীৰ তৎপৰতাত বৰপেটা ৰোড ৰে'লৱে ষ্টেচনত দেওবাৰে নিশা উজনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছত 46 টাকৈ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ হয় ৷ উদ্ধাৰ হোৱা কাছ কেইটা চমজাই দিয়ে বন বিভাগক ৷

উদ্ধাৰ 46 টাকৈ দুষ্প্ৰাপ্য কাছ
উদ্ধাৰ 46 টাকৈ দুষ্প্ৰাপ্য কাছ

বৰপেটা ৰোড, 20 জানুৱাৰীঃ দেওবাৰে নিশা বৰপেটা ৰোড ৰে'লৱে ষ্টেচনত উজনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে'ল খনত 46 টাকৈ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ এক গোপন সূত্ৰৰ ভিত্তিত ৰে'লৱে আৰক্ষী কনিষ্টবল দিলীপ চক্ৰৱৰ্তী আৰু মেনাজ আলীৰ তৎপৰতাত বৰপেটা ৰোডৰ ৰে'ল আৰক্ষী আৰু এছএছবিয়ে যৌথভাৱে অভিযান চলাই দেওবাৰে নিশা 9.30 বজাত,ৰে'ল খনৰ পৰা কাছ কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ দুষ্প্ৰাপ্য কাছ কেইটা অনা লোকগৰাকীক কৰায়ত্ত কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই যদিও কাছ কেইটা উদ্ধাৰ কৰি বন বিভাগক চমজাই দিছে ৷

উজনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছত উদ্ধাৰ 46 টাকৈ দুষ্প্ৰাপ্য কাছ

লগতে পঢ়কঃ বকোত ম'হ ভৰ্তি ট্ৰাক জব্দ: আৰক্ষীৰ লাঠিচালনা

Intro:বৰপেটাৰোড 20 জানুৱাৰী : উজনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলগাড়ীৰ পৰা দেওবাৰে নিশা 46 টাকৈ দুষ্প্ৰাপ্য জীৱ কাছ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ এক গোপন সুত্ৰৰ ভিত্তিত ৰেলৱে আৰক্ষী কনিষ্টবল দিলীপ চক্ৰৱৰ্তী আৰু মেনাজ আলীৰ তৎপৰতাত বৰপেটাৰোডৰ ৰেল আৰক্ষী আৰু এছ এছ বিয়ে যৌথভাৱে অভিযান চলাই দেওবাৰে নিশা 9.30 বজাত উজনিমুৱা আনন্দবিহাৰ-কামাখ্যালৈ যোৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলগাড়ীখন বৰপেটাৰোডৰ ৰেলৱে ষ্টেচনত ৰখাই দিয়াৰ লগে লগে ৰেলগাড়ী খনৰ S-4 দবাটোৰ বাথৰুমৰ কাষত দুখন মোনাৰ ভিতৰত 46 টাকৈ কাছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উক্ত দুষ্প্ৰাপ্য জীৱ কাছ সমূহ কঢ়িয়াই অনা কোনো লোকক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ উদ্ধাৰ কৰা উক্ত কাছ সমূহ ৰেল আৰক্ষীয়ে বৰপেটাৰোডৰ বন বিভাগক চমজাই দিছে ৷ Body:বৰপেটাৰোড 20 জানুৱাৰী : উজনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলগাড়ীৰ পৰা দেওবাৰে নিশা 46 টাকৈ দুষ্প্ৰাপ্য জীৱ কাছ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ এক গোপন সুত্ৰৰ ভিত্তিত ৰেলৱে আৰক্ষী কনিষ্টবল দিলীপ চক্ৰৱৰ্তী আৰু মেনাজ আলীৰ তৎপৰতাত বৰপেটাৰোডৰ ৰেল আৰক্ষী আৰু এছ এছ বিয়ে যৌথভাৱে অভিযান চলাই দেওবাৰে নিশা 9.30 বজাত উজনিমুৱা আনন্দবিহাৰ-কামাখ্যালৈ যোৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলগাড়ীখন বৰপেটাৰোডৰ ৰেলৱে ষ্টেচনত ৰখাই দিয়াৰ লগে লগে ৰেলগাড়ী খনৰ S-4 দবাটোৰ বাথৰুমৰ কাষত দুখন মোনাৰ ভিতৰত 46 টাকৈ কাছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উক্ত দুষ্প্ৰাপ্য জীৱ কাছ সমূহ কঢ়িয়াই অনা কোনো লোকক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ উদ্ধাৰ কৰা উক্ত কাছ সমূহ ৰেল আৰক্ষীয়ে বৰপেটাৰোডৰ বন বিভাগক চমজাই দিছে ৷ Conclusion:Abdul Khaleque Ahmed
Etv Bharat Assam
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.