ETV Bharat / state

বাক্সাত অবৈধ কাঠ ফলা মিল জব্দ - AT BAKSHA

বন বিভাগ আৰু এছ এছ বিৰ যৌথ অভিযানত উৎখাত অবৈধ কাঠফলা মিল

বাক্সাত অবৈধ কাঠ ফলা মিল জব্দ
author img

By

Published : Sep 6, 2019, 2:15 AM IST

বাক্সা,6 ছেপ্তেম্বৰঃ বাক্সা জিলাৰ কুমাৰীকাটাৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বাহবাৰীৰ চোছামাৰাত অবৈধ কাঠফলা মিলসহ লক্ষাধিক টকাৰ কাঠৰ কুণ্ডা জব্দ । এক গোপন সূত্ৰৰ পম খেদি বন বিভাগ আৰু বিহঙ্গপুৰস্থিত ২৪ নং এছ এছ বি বাহিনীয়ে যৌথ ভাৱে অভিযান চলাই উৎখাত কৰে অবৈধ কাঠফলা মিল । কিন্তু,বন বিভাগ আৰু এছ এছ বিৰ অভিযানৰ উমান পাই পলাই যাবলৈ সক্ষম হয় অবৈধ কাঠফলা মিলৰ গৰাকী ।

বাক্সাত অবৈধ কাঠ ফলা মিল জব্দ

জানিব পৰা মতে,বন বিভাগে এশতকৈ অধিক অবৈধ কাঠফলা মিল জব্দ কৰিছে । অঞ্চলটোত বন বিভাগ আৰু এছ এছ বিয়ে সময়ে সময়ে এনে ধৰণৰ অবৈধ কাঠফলা মিল উৎখাত কৰি আহিছে যদিও এচাম অসাধু ব্যৱসায়ীয়ে পুণৰ স্থান সলনি কৰি ব্যৱসায় আৰম্ভ কৰে ।

Intro:বাক্সাৰ কুমাৰীকাটাৰ চোছামাৰাত অবৈধ কাঠ ফলা মিল জব্দ ।

Body:বাক্সা জিলাৰ কুমাৰীকাটাৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বাহবাৰীৰ চোছামাৰাত অবৈধ কাঠফলা মিলসহ লক্ষাধিক টকাৰ কাঠৰ কুণ্ডা জব্দ । এক গোপন সূত্ৰৰ পোম খেদি বন বিভাগ আৰু বিহঙ্গপুৰস্থিত ২৪ নং এছ এছ বি বাহিনীৰ যৌথ ভাৱে অভিযান চলাই অবৈধ কাঠফলা মিল উৎখাত কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে অঞ্চলটোত বন বিভাগ আৰু এছ এছ বিয়ে সময়ে সময়ে এনে ধৰণৰ অবৈধ কাঠফলা মিল উৎখাত কৰি আহিছে যদিও এচাম অসাধু ব্যৱসায়িক সকলে পুণৰ স্থান সলনি কৰি ব্যৱসায় আৰম্ভ কৰে । ইতিমধ্যে বন বিভাগে এশতকৈ অধিক অবৈধ কাঠফলা মিল জব্দ কৰিছে বুলি জানিব পৰা গৈছে ।

Conclusion:অৱশ্যে বন বিভাগ আৰু এছ এছ বিৰ অভিযানৰ উমান পাই অবৈধ কাঠফলা মিলৰ গৰাকী পলাই যাবলৈ সক্ষম । বাতৰি লিখা সময়লৈকে বন বিভাগে কোনো লোকৰ নামত এজাহাৰ দাখিল কৰা নাই ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.