ETV Bharat / state

বিলুপ্তিৰ পথত অভিযন্তা চৰাই - baksa

বাক্সা জিলাৰ খৈৰাণী পাগলদীয়া নদীৰ পাৰৰ য'ত কেইজোপামান তামোল গছত টোকোৰা চৰায়ে বাহ সাজি আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে । বৰ্তমান সময়ত বিৰল হৈ পৰা এই নয়নাভিৰাম দৃশ্যই সৌন্দৰ্য চৰাইছে অঞ্চলটোত ৷

ক্ৰমাৎ বিলুপ্তিৰ পথত ঘৰ সঁজাৰ অভিযন্তা খ্যাত টোকোৰা চৰাই
author img

By

Published : Jun 11, 2019, 11:06 PM IST

বাক্সা, 11 জুন : সৰুতে গাঁৱৰ পদুলিৰ নাৰিকল কিম্বা বাৰীৰ তামোল গছত হালি হালি টোকোৰা চৰায়ে বাহ সাজি থকা আমি সকলোৱে দেখিছো ৷ মানুহৰ বসতিৰ মাজতে টোকোৰা চৰায়ে ঘৰ সজা দৃশ্যই আমাক সকলোকে আকৰ্ষিত কৰিছিল ৷ কিন্তু বৰ্তমান আধুনিকতাৰ যুগত অত্যাধুনিক প্ৰযুক্তিয়ে জীৱ জগতৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি । কি চহৰ , নগৰ,পাহাৰ ভৈয়াম এতিয়া গাঁৱে গাঁৱে অত্যধিক মাত্ৰাত ম'বাইল টাৱাৰ স্থাপনৰ ফলত টাৱাৰসমূহৰ পৰা নিৰ্গত হোৱা ৰেডিশ্বনে ক্ৰমাৎ সংকট কঢ়িয়াই আনিছে কণমানি টোকোৰা চৰাইবিধলৈ ৷

ক্ৰমাৎ বিলুপ্তিৰ পথত ঘৰ সঁজাৰ অভিযন্তা খ্যাত টোকোৰা চৰাই

ইয়াৰ মাজতে বাক্সা জিলাৰ খৈৰাণী পাগলদীয়া নদীৰ পাৰৰ য'ত কেইজোপামান তামোল গছত টোকোৰা চৰায়ে বাহ সাজি আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে । বৰ্তমান সময়ত বিৰল হৈ পৰা এই নয়নাভিৰাম দৃশ্যই সৌন্দৰ্য চৰাইছে অঞ্চলটোত ৷

Intro:ক্ৰমাৎ বিলুপ্তিৰ পথতত গটোকৰা চৰাই ।

Body:সৰুতে গাঁৱৰ পদুলীৰ নাৰিকল গছ, বাৰীৰ তামোলৰ গছত হালি হালি গটোকৰা চৰাইয়ে বাহ সাজি থকাৰ লগতে এক কলাহল পৰিবেশে সকলোকে আকৰ্ষণ কৰিছিল কিন্তু বৰ্তমান সময়ত অত্যাধুনিক প্ৰযুক্তিৰে সমগ্ৰ ভূমণ্ডল খনকে মানুহে হাতৰ মুঠিত কৰিলে যদিও জীৱ জগতৰ প্ৰতি ভাবুকিহে কঢ়িয়াই আনিছে বিভিন্ন ধৰণৰ প্ৰযুক্তি বিদ্যাসমূহে । কি চহৰ , নগৰ,পাহাৰ ভৈয়াম এতিয়া গাওঁৱে গাওঁৱে অত্যাধিক মাত্ৰাত মবাইল টাৱাৰ সংস্থাপনৰ ফলত টাৱাৰ সমূহৰ পৰা নিৰ্গত হোৱা ৰেডিশ্বনে ক্ৰমাৎ কণমানি গটোকৰা চৰাই বিধৰ বাসস্থান সংকটত পৰিবলৈ ধৰিছে । এই দৃশ্য বাক্সা জিলাৰ খৈৰাণী পাগলদীয়া নদীৰ পাৰৰ যত কেইডাল মান তামোলৰ গছত গটোকৰা চৰাইয়ে বাহ সাজি আশ্ৰয় লয় থকা দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে ।

Conclusion:পূৰ্বেৰে পৰা মানুহৰ সৈতে সহাৱস্থান কৰা চৰাই বিধে ৰদ বৰষুণ , ধুমুহা,বতাহৰ পৰা ৰক্ষা পাবলৈ তামোল আৰু নাৰিকলৰ গছৰ পাতেৰে সুন্দৰভাৱে বাহ সাজি লয় । এই কণমানি চৰাই বিধে প্ৰায় তিনিৰ পৰা চাৰিটালৈকে কণী পাৰি পোৱালি জন্ম দিয়ে । কিন্তু এতিয়া এই কণমানি চৰাই বিধ মানুহৰ তামোল আৰু নাৰিকল গছৰ পৰা বিগত কেইবা বছৰ ধৰি ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.