ETV Bharat / state

বাক্সাত কিয় ভোট বৰ্জন কৰিলে একাংশ লোকে

author img

By

Published : Apr 23, 2019, 2:53 PM IST

স্বাধীনতাৰ 72 বছৰৰ পাচতে ইক্ৰাজুলি দৈমাবাৰী গাঁওখনে ক্ৰমিক নম্বৰ নোপোৱাৰ ক্ষোভত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ ভোটাৰৰ ৷

বাক্সাত একাংশ ভোটাৰৰ ভোট বৰ্জনৰ সিদ্ধান্ত

বাক্সা , 23 এপ্ৰিলঃ ৰাজ্যত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত থকাৰ মাজতে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে বাক্সা জিলাৰ একাংশ ভোটাৰে ৷ জিলাৰ খনৰ 5নং লোকসভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰস্থিত ইক্ৰাজুলি প্ৰাথমিক বিদ্যালয়ৰ 42 নম্বৰৰ ভোট কেন্দ্ৰত ভোটাৰে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

উক্ত ভোটকেন্দ্ৰটোত ভোটাৰৰ সংখ্যা 821'তকৈ অধিক আছে কিন্তু স্বাধীনতাৰ 72 বছৰৰ পাচতে ইক্ৰাজুলি দৈমাবাৰী গাওঁখনে ক্ৰমিক নম্বৰ নাপালে বুলি অভিযোগ দিয়ে গাঁৱবাসীয়ে ৷ ইয়াৰোপৰিও তামুলপুৰ খণ্ড উন্নয়ন নে নাগ্ৰীজুলী খণ্ড উন্নয়ন, সেই সন্দৰ্ভত আজিকোপতি গাঁওবাসী জ্ঞাত নহয় বুলি অভিযোগ গাঁওবাসীৰ ৷ সেয়ে ক্ষোভিত ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইপিনে তামুলপুৰ মহকুমাধিপতিয়ে ক্ষুব্ধ ‌ৰাইজক ভোটদান কৰিবলৈ বুজাবলৈ চেষ্টা কৰে যদিও গাঁওবাসীয়ে ভোট দিবলৈ অপাৰগতা প্ৰকাশ কৰে ৷

বাক্সাৰ তামুলপুৰৰ ৪২ নম্বৰ কেন্দ্ৰত ইক্ৰাজুলি প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত ।

বাক্সাৰ জিলাৰ ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিত তামুলপুৰ বিধান সভা সমষ্টিৰ ৪২ নম্বৰ কেন্দ্ৰৰ ইক্ৰাজুলি প্ৰাথমিক বিদ্যালয়ত ইক্ৰাজুলি ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত । জানিব পৰা উক্ত কেন্দ্ৰটোত ৮২১ টাতকৈ অধিক ভোটাৰ আছে আৰু স্বাধীনতাৰ ৭২ বছৰৰ পিছতো গাওঁ খনৰ ক্ৰমিক নম্বৰ নাপালে । গাওঁ বাসীয়ে আজিলৈকে তামুলপুৰ খণ্ড উন্নয়নত নে নাগ্ৰীজুলী খণ্ড উন্নয়ন পৰিলে গমেই নাপালে । সেইবাবেই ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত ললে। আনহাতে তামুলপুৰ মহকুমাধিপতিয়ে ‌ৰাইজক বুজাবলৈ চেষ্টা কৰে যদিও কোনো ধৰণৰ ফল নধৰিলে ।

ভাষ্য :

অজিত ৰাভা বাক্সা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.