ETV Bharat / state

বাক্সাত অখণ্ড ভাৰত সংকল্প দিৱস পালন - আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ বাক্সা

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত এনকে দৰঙাত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰং দলৰ বাক্সা জিলা সমিতিৰ উদ্যোগত অখণ্ড ভাৰত সংকল্প দিৱস পালন

বাক্সাত অখণ্ড ভাৰত সংকল্প দিৱস পালন
author img

By

Published : Aug 22, 2019, 8:25 AM IST

বাক্সা, 22 আগষ্টঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত এনকে দৰঙাত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰং দলৰ বাক্সা জিলা সমিতিয়ে অখণ্ড ভাৰত সংকল্প দিৱস পালন কৰে ৷ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সাধাৰণ সভাত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক দেবেন উপাধ্যায় উপস্থিত থাকি হিন্দুসকলক কোনো জাতি জনগোষ্ঠীত ভাগ বতৰা কৰিব নালাগে বুলি মন্তব্য কৰাৰ লগতে হিন্দুক এক জাতি এক ৰাষ্ট্ৰত একত্ৰিত হ'বলৈ আহ্বান জনায় ৷

Intro:জয় শ্ৰী ৰাম ধ্বনিৰে মুখৰিত হল বাক্সাৰ দৰঙামেলাৰ এন কে দৰঙা ।
বজৰ‌ং দলৰ অখণ্ড ভাৰত সংকল্প দিৱস পালন।Body:

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ দৰঙামেলাৰ এনকে দৰঙাত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল বাক্সা জিলাৰ উদ্যোগত অখণ্ড ভাৰত সংকল্প দিৱস পালন কৰা হয়। কাৰ্য্যসুচীমতে দিনৰ ১১ বজাৰ পৰা সাধাৰণ সভা অনুষ্ঠিত হয়।
উক্ত সাধাৰণ সভাত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক দেবেন উপাধ্যায়ে কয়ে হিন্দু সকলক কোনো জাতি জনগোষ্ঠীত ভাগ বতৰা কৰিব নালাগে । হিন্দু এক জাতি এক ৰাষ্ট্ৰত একত্ৰিত কৰিবলৈ সকলোকে আহ্বান জনায় নেতাগৰাকীয়ে ।Conclusion:লগতে আজিৰ সভাত ৰাষ্ট্ৰীয় বজৰং দলৰ সম্পাদক মনোজ চাহু, ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ প্ৰান্ত সভাপতি ড° তৰণী কান্ত শৰ্মা, লগতে কেইবাজনো ব্যক্তি আৰু সংগঠনৰ কৰ্মকৰ্তা তিনি শতাধিক ৰাইজে উপস্থিত থাকে।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.