ETV Bharat / state

বাক্সাত অখণ্ড ভাৰত সংকল্প দিৱস পালন

author img

By

Published : Aug 22, 2019, 8:25 AM IST

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত এনকে দৰঙাত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰং দলৰ বাক্সা জিলা সমিতিৰ উদ্যোগত অখণ্ড ভাৰত সংকল্প দিৱস পালন

বাক্সাত অখণ্ড ভাৰত সংকল্প দিৱস পালন

বাক্সা, 22 আগষ্টঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত এনকে দৰঙাত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰং দলৰ বাক্সা জিলা সমিতিয়ে অখণ্ড ভাৰত সংকল্প দিৱস পালন কৰে ৷ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সাধাৰণ সভাত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক দেবেন উপাধ্যায় উপস্থিত থাকি হিন্দুসকলক কোনো জাতি জনগোষ্ঠীত ভাগ বতৰা কৰিব নালাগে বুলি মন্তব্য কৰাৰ লগতে হিন্দুক এক জাতি এক ৰাষ্ট্ৰত একত্ৰিত হ'বলৈ আহ্বান জনায় ৷

Intro:জয় শ্ৰী ৰাম ধ্বনিৰে মুখৰিত হল বাক্সাৰ দৰঙামেলাৰ এন কে দৰঙা ।
বজৰ‌ং দলৰ অখণ্ড ভাৰত সংকল্প দিৱস পালন।Body:

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ দৰঙামেলাৰ এনকে দৰঙাত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল বাক্সা জিলাৰ উদ্যোগত অখণ্ড ভাৰত সংকল্প দিৱস পালন কৰা হয়। কাৰ্য্যসুচীমতে দিনৰ ১১ বজাৰ পৰা সাধাৰণ সভা অনুষ্ঠিত হয়।
উক্ত সাধাৰণ সভাত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক দেবেন উপাধ্যায়ে কয়ে হিন্দু সকলক কোনো জাতি জনগোষ্ঠীত ভাগ বতৰা কৰিব নালাগে । হিন্দু এক জাতি এক ৰাষ্ট্ৰত একত্ৰিত কৰিবলৈ সকলোকে আহ্বান জনায় নেতাগৰাকীয়ে ।Conclusion:লগতে আজিৰ সভাত ৰাষ্ট্ৰীয় বজৰং দলৰ সম্পাদক মনোজ চাহু, ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ প্ৰান্ত সভাপতি ড° তৰণী কান্ত শৰ্মা, লগতে কেইবাজনো ব্যক্তি আৰু সংগঠনৰ কৰ্মকৰ্তা তিনি শতাধিক ৰাইজে উপস্থিত থাকে।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.