ETV Bharat / state

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বাক্সাৰ ভিন্ন স্থানত গছপুলি ৰোপণ - ভাৰত-ভূটান সীমান্ত

শুকুৰবাৰে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বাক্সা জিলাৰ বিভিন্ন ঠাইত ৰোপণ কৰা হয় গছপুলি ৷ সশস্ত্ৰ সীমা বাহিনীয়েও বাক্সাৰ ভিন্ন স্থানত গছপুলি ৰোপণ কৰাৰ লগতে ভিন্ন সংস্থাক গছপুলি বিতৰণ কৰে ৷

tree plantation in various places of baksa on the occasion of wolrd environment day
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বাক্সাৰ ভিন্ন স্থানত গছপুলি ৰোপণ
author img

By

Published : Jun 5, 2020, 8:44 PM IST

বাক্সা, 5 জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে বাক্সা জিলাৰ বিভিন্ন ঠাইত ৰোপণ কৰা হয় গছপুলি ৷ বাক্সা জিলাৰ অন্যতম সংস্থা মানাহ ইকো টুৰিজিম ছ'চাইটিৰ উদ্যোগত শুকুৰবাৰে,ভাৰত-ভূটান সীমান্তৰ ভূটান সূঁতিত গছপুলি ৰোপণ কৰা হয় ৷ তাৰোপৰি জিলাখনত থকা ভূটান সূঁতিৰ ২৭ নং সশস্ত্ৰ সীমা বাহিনীয়ে ২০০ গছপুলি ৰোপণ কৰা বুলি জানিবলৈ কামাণ্ডাৰ অভিজিৎ চমজদাৰে ৷

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বাক্সাৰ ভিন্ন স্থানত গছপুলি ৰোপণ

আনহাতে লক্ষ্মী বাজাৰত থকা ২৭ নং সশস্ত্ৰ সীমা বাহিনীৰ জোৱানে লক্ষীবাজাৰ বাথৌ আশ্ৰম,ৰূপামণী মন্দিৰৰ লগতে বিভিন্ন সংস্থা সমূহক প্ৰায় 800 গছপুলি বিতৰণ কৰে বুলি জানিবলৈ দিয়ে উপ কামাণ্ডাৰ দিপক কুমাৰ দাসে ৷

লগতে পঢ়কঃ বাক্সাৰ আমলাইগুৰিত জিলা প্ৰশাসনে মুকলি কৰিলে গছপুলি ৰোপন কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.