ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 16, 2022, 9:14 AM IST

পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 9 AM
পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

দিল্লীত বাংলাদেশৰ ভুৱা ষ্টাম্পসহ দুজন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱস উদযাপনৰ উপলক্ষে যাতে কোনো কুটাঘাতমূলক ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে অধিক শতৰ্কতাৰে দেশৰ ৰাজধানী নতুন দিল্লীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে ৰাজপথত চলোৱা হৈছিল তালাচী অভিযান ৷ ইয়াৰ মাজতে 14 আগষ্টত ৰাজধানী চহৰ দিল্লীত বাংলাদেশৰ ভুৱা ষ্টাম্পৰ নথি-পত্ৰসহ দুজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Delhi Police arrests two Bangladeshi nationals)৷

স্বাধীনতা দিৱসত গুজৰাট চৰকাৰে মুক্তি দিলে বিলকিছ বানু ধৰ্ষণ গোচৰৰ 11 কাৰাবন্দীক

স্বাধীনতাৰ 75 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত ‘‘আজাদী কা অমৃত মহোৎসৱ’’ৰ (Azadi Ka Amrit Mahotsav) অংশ হিচাপে দেশৰ কাৰাগাৰত বন্দী হৈ থকা একাংশ কয়দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল (Rape convicts released from jail in Gujrat) ৷ সেইসকল কয়দীৰ মাজত স্থান লাভ কৰিলে বিলকিছ বানুৰ ধৰ্ষণকাৰী এই 11 গৰাকী কাৰাবন্দীয়ে (Bilkis Bano rape convicts) ৷

স্বাধীনতা দিৱসৰ দিনাই আৰক্ষীয়ে তালাচী চলাই জৰিমনা বিহিলে বাইক আৰোহীক

স্বাধীনতা দিৱসৰ দিনাই আৰক্ষীয়ে তালাচী চলাই জৰিমনা বিহিলে বাইক আৰোহীক (Police searched the bike and fined the rider) ৷

বাংগালুৰুত প্ৰদৰ্শিত হ’ল 20 টন সতেজ পাচলি ব্যৱহাৰেৰে তৈয়াৰ কৰা ত্ৰিৰংগা

ৱেকুল খাদ্যই সোমবাৰে হৰ ঘৰ ত্ৰিৰংগা (Har Ghar Tiranga) অভিযানৰ লগত সংগতি ৰাখি প্ৰায় 20 টন ওজনৰ সতেজ পাচলি ব্যৱহাৰ কৰি 7,632 বৰ্গফুট এলেকা আঁৱৰি এখন ভাৰতীয় পতাকা তৈয়াৰ কৰে ।

6 বছৰীয়া কণমানিক ধৰ্ষণৰ পাছত হত্যা কৰি পেলাই থৈ গ’ল নলাত

খুড়ীয়েকৰ ঘৰত খেলি ঘৰলৈ উভতাৰ পথত অচিনাক্ত যুৱকে অপহৰণ কৰি নি ধৰ্ষণ কৰি হত্যা কৰে এগৰাকী 6 বছৰীয়া কিশোৰীক (6 years minor girl raped and murdered)৷ সমগ্ৰ ঘটনা বন্দী হ’ল চিচিটিভি কেমেৰাত ৷

বাঁহীৰ সুৰেৰে মৃত সৈনিক পিতৃলৈ শ্ৰদ্ধাঞ্জলি জীয়াৰীৰ

এগৰাকী শ্বহীদ সৈনিকৰ কন্যাই পিতৃৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি যাচিলে বাঁহীৰ সুৰেৰে ৷ এই দৃশ্য কৰ্ণাটকৰ ইয়ালন্দুৰ তালুকৰ মালাৰাপালিয়াৰ ৷

নিজস্ব ভাষা জলাঞ্জলি দি অসমীয়া ভাষা কোৱা মুছলমানসকলক ককৰ্থনা বিজেপি নেতাৰ

স্বাধীনতা দিৱসৰ দিনাই ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বিজেপি নেতা আব্দুল আজিজৰ বিতৰ্কিত মন্তব্যই সামাজিক মাধ্যমত তোলপাৰ লগাইছে (Bjp leader controversy comment on Assamese language) ৷ নিজৰ মাতৃভাষাক জ্বলাঞ্জলি দি মাতৃভাষা অসমীয়া বুলি লিখা মুছলমান লোকসকলক বেইমান গাড্ডাৰ আখ্যা দিয়ে প্ৰাক্তন বিধায়কজনে ৷

দিল্লীত সৰ্বাধিক তাপমাত্ৰা 34.9 ডিগ্ৰী চেলচিয়াছ

মঙলবাৰে ৰাজধান চহৰখনত বতাহৰ লগতে পাতল বৰষুণ বা বজ্ৰপাতৰ সৈতে সাধাৰণতে ডাৱৰীয়া বতৰ হোৱাৰ সম্ভাৱনা আছে বুলি আগজাননী দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই (Max temp settles in Delhi)৷

76 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গুগলৰ বিশেষ এনিমেটেড ডুডল

76 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গুগলৰ বিশেষ এনিমেটেড ডুডল (Google marks Azadi with animated doodle) ৷ এই ডুডলত এগৰাকী মহিলাই চিলা তৈয়াৰ কৰা আৰু যুৱক-যুৱতীসকলে ৰঙীন সাজ-পোছাক পৰিধান কৰি 75 সংখ্যক বৰ্ষপূৰ্তিৰ চিহ্ন থকা চিলা উৰুওৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ পৃষ্ঠভূমিত সূৰ্য আৰু সুউচ্চ অট্টালিকা দেখুওৱা হৈছে ৷

বলীউড তাৰকাৰ স্বাধীনতা দিৱস উদযাপনৰ ফটো

আজাদী কা অমৃত মহোৎসৱ ২০২২ৰ দিনা দেশবাসীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্বাধীনতা দিৱস উদযাপন কৰিছে চেলেব্ৰিটী সকলে । স্বাধীনতাৰ গৌৰৱময় ৭৫ টা বছৰ অতিক্ৰম কৰা ভাৰতৰ স্বাধীনতা দিৱসৰ দিনটোত চাওক বি-টাউনৰ তাৰকাসকলৰ উল্লাস -

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.