ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Top 10 at 7 PM
7 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Dec 4, 2022, 6:59 PM IST

MLA office in each constituency: সমষ্টিয়ে সমষ্টিয়ে নিৰ্মাণ হ’ব বিধায়কৰ কাৰ্যালয়

ঋণৰ ওপৰত নির্ভৰ কৰা চৰকাৰখনে এইবাৰ প্ৰতিখন জিলাতে প্ৰতিটো সমষ্টিৰ বিধায়কৰ বাবে নিৰ্মাণ কৰিব কাৰ্যালয়(offices for each constituency MLA) । বিধায়কৰ কাৰ্যালয়ৰ বাবে এবিঘাকৈ মাটি বিচাৰি ৰাজহ বিভাগক প্ৰস্তাৱ বিধানসভা সচিবালয়ৰ প্ৰধান সচিবৰ(Offices will be built for each constituency MLA in each district)। সকলো জিলা উপায়ুক্তক এবিঘাকৈ মাটি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জাৰি । বিধায়কৰ কাৰ্যালয়ত নিয়োজিত ঠিকাভিত্তিক কৰ্মচাৰীৰ দৰমহা দিব বিধানসভা সচিবালয়ে ।

Gold ATM in Hyderabad: ভাৰতৰ প্ৰথমটো সোণৰ এটিএম উদ্বোধন

হায়দৰাবাদৰ বেগমপেটত দেশৰ প্ৰথমটো সোণৰ এটিএম উদ্বোধন কৰে তেলেংগানা মহিলা আয়োগৰ অধ্যক্ষা সুনীতা লক্ষ্মাৰেড্ডীয়ে । এই এটিএমৰ জৰিয়তে ৯৯.৯৯ শতাংশ বিশুদ্ধতাৰ সৈতে গ্ৰাহকে ০.৫, ১, ২, ৫, ১০, ২০, ৫০ আৰু ১০০ গ্ৰাম সোণৰ মুদ্ৰা উলিয়াব পাৰিব (CEO of Gold Sikka) ৷

Ujjain female cops viral video : ভাইৰেল হৈছে মহাকাল মন্দিৰত দুই মহিলাই বনোৱা ৰিল

ধৰ্মীয় স্থানত বোলছবিৰ গীতত নৃত্য কৰি ভিডিঅ' কৰাটো বৰ্তমান এক ফেশ্বনত পৰিণত হৈছে । আনকি তেনেদৰে ৰিল ভিডিঅ' বনোৱা প্ৰৱণতাও বৃদ্ধি পাইছে । কিন্তু সেই সময়ত সকলোৱে পাহৰি যায় যে তেওঁলোকৰ এটা গানে বহু লোকৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিব পাৰে আৰু ই বিতৰ্কৰো মুখ্য কাৰণ হ'ব পাৰে । এইবাৰ উজ্জয়িনীৰ মহাকালেশ্বৰ জ্যোতিৰ্লিঙ্গ মন্দিৰ চৌহদত, দুগৰাকী মহিলা সুৰক্ষা কৰ্মীয়ে বোলছবিৰ গীতত ৰিল বনাইছে আৰু ই সম্প্ৰতি ভাইৰেল হৈ পৰিছে (Female cops dancing inside Mahakal temple)।

Guwahati honey trapping update : গাড়ী বিক্ৰীৰ চলেৰে মহানগৰীত হনি ট্ৰেপিং চক্ৰৰ জাল

মহানগৰীত প্ৰৱঞ্চকে পেলাইছে প্ৰৱঞ্চনাৰ জাল । গাড়ী বিক্ৰীৰ কৰাৰ চলেৰে আৰম্ভ কৰে প্ৰৱঞ্চনা (Honey trapping in Guwahati) । কেৱল প্ৰৱঞ্চনাই নহয়, ভিন্ন কৌশল প্ৰয়োগ কৰি গ্ৰাহকৰ অশ্লীল ভিডিঅ’, ফটো প্ৰস্তুত কৰি ব্লেকমেইল কৰি ধনদাবী কৰে (Fraud in Guwahati) ৷ এই অভিযোগ উত্থাপন কৰিছে এগৰাকী ভুক্তভোগীয়ে ৷

Gandhi Fagla Released: উন্মোচনৰ পূৰ্বেই বহুচৰ্চিত ‘গান্ধী ফাগ্লা’ এতিয়াৰে পৰা পাঠকৰ হাতত

উন্মোচিত হ’ল নীলোৎপল বৰুৱাৰ বহুচৰ্চিত গল্প সংকলন ‘গান্ধী ফাগ্লা’ (Gandhi Fagla Released)৷ উন্মোচনী অনুষ্ঠান হৈ পৰিল অভূতপূৰ্ব ৷

Taj Hotel suicide case : তাজ হোটেলৰ দশম মহলাৰ পৰা জপিয়াই আত্মহত্যা ব্যৱসায়ীৰ

মুম্বাইৰ বিখ্যাত তাজ হোটেলৰ দশম মহলাৰ পৰা আত্মহত্যা কৰিলে এগৰাকী ব্যৱসায়ীয়ে (Businessman committed suicide in Taj Hotel)। ৬০ বছৰীয়া ব্যৱসায়ীজন শ্বাহৰুখ ইঞ্জিনিয়াৰ বুলি জানিব পৰা গৈছে । ডুবাইত থকা শ্বাহৰুখ পিতৃ-মাতৃক সাক্ষাতৰ বাবে মুম্বাইলৈ আহিছিল ।

Wholesale fish traders protested: মাছ বজাৰ বন্ধ কৰি দিয়াত হাহাকাৰ মৎস্য ব্যৱসায়ীৰ

মৰিগাঁও পৌৰপতিৰ বিৰুদ্ধে মৰিগাঁও পৌৰসভাৰ সন্মুখত ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদত বহিছে মাছ ব্যৱসায়ী সন্থা(Wholesale fish traders association protests in Morigaon) ৷ মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীয়ে মাছৰ বজাৰখনত তলা মাৰি বন্ধ কৰি দিয়াৰ পাছতে বন্ধ হৈ পৰে মাছ ব্যৱসায় ৷

Online Gaming: অনলাইন গেমিঙক লৈ নতুন নিয়ম জাৰি কৰিব মোডী চৰকাৰে

কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে অনলাইন গেমিং নিয়ন্ত্ৰণ কৰিবলৈ ওলাইছে । ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি সেই সকলোবোৰ গেম ইয়াত সামৰি লোৱা হ’ব, য’ত ধন লোৱাটো জড়িত হৈ আছে ।

Gauhati University Ragging Case: ৰেগিঙৰ অভিযোগক লৈ চৰ্চাত গুৱাহাটী বিশ্ববিদ্যালয়

৯ মাহ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ চি চি-৩ হোষ্টেলত ৰেগিংকাণ্ড সংঘটিত হোৱাৰ অভিযোগ ভুক্তভোগী হজৰত আলীৰ। নিশা সুৰা পান কৰি চুপাৰ ছিনিয়ৰে কৰা প্ৰহাৰত এখন কাণৰ পৰ্দা ফাটি গৈছিল ৷ আজিও নাই এখন কানৰ শ্ৰৱণ শক্তি। ৰেগিঙৰ ঘটনাটো বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গাপ দি ৰখাৰ অভিযোগ ছাত্ৰজনৰ(Gauhati University Ragging Case)। হজৰত আলীৰ অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে হোষ্টেলটোৰ আৱাসীয়ে ৷

Pele health Updates: শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ চিকিৎসাৰ প্ৰতি ইতিবাচক সঁহাৰি পেলেৰ

তিনিবাৰৰ বিশ্বকাপ বিজয়ী পেলে কেন্সাৰত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে (Pele suffering from Cancer)। শেহতীয়া ২৪ ঘণ্টাত তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱা নাই বুলি শনিবাৰে এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়খনে জনায় । মঙলবাৰৰ পৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৮২ বছৰীয়া পেলে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.