ETV Bharat / state

বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ - বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

শ্ৰমিক সকলে দিনতে পাবলগীয়া হাজিৰা ৰাতি দহ বজালৈ ৰাখি থোৱাত ক্ষুব্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰে বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ বাগিচাৰ শ্ৰমিকসকলে । এই ক্ষেত্ৰত চাহ বাগিচা কতৃপক্ষক শ্ৰমিকসকলে সম্পূর্ণৰূপে দোষাৰোপ কৰে ।

বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

author img

By

Published : Apr 7, 2021, 5:24 PM IST

বাক্সা, ৭ এপ্ৰিল: বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ফাতেমাবাদ চাহ বাগিচাত বুধবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে । শ্ৰমিক সকলে দিনতে পাবলগীয়া হাজিৰা ৰাতি দহ বজালৈ ৰাখি থোৱাত ক্ষুব্ধ হৈ এই প্ৰতিবাদ সাব্যস্ত কৰে বাগিচাখনৰ শ্ৰমিক সকলে ।

বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

এই ক্ষেত্ৰত চাহ বাগিচা কতৃপক্ষক শ্ৰমিক সকলে সম্পূর্ণৰূপে দোষাৰোপ কৰে । অনাগত সময়ত বাগিচা কতৃপক্ষক এনেকুৱা ঘটনা সংঘটিত নকৰিবলৈ শ্রমিক সকলে এই প্ৰতিবাদৰ জৰিয়তে সকীয়নি প্ৰদান কৰে।

লগতে পঢ়ক:ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত তেজপুৰৰ যুৱকৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.