তামুলপুৰ,১৭ মে' : তামুলপুৰ মহকুমাৰ গোৰেশ্বৰৰ বাঘডোবা গাৱঁৰ নৰেন বসুমতাৰীৰ পুত্ৰ ঘনদীপ বসুমতাৰীৰ ফলাফলে পৰিয়ালৰ লগতে গাঁওবাসীক উৎফুল্লিত কৰি তুলিছে যদিও নিৰলে চকুলো টুকিছে পিতৃয়ে । গোৰেশ্বৰ ৰেইনৱ ইংলীছ স্কুলৰ ছাত্ৰ ঘনদীপে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লৈ ৯০% নম্বৰৰে কৃতকাৰ্য্য লাভ কৰিছে । বিজ্ঞান বিভাগত অধ্যয়ন কৰি ভৱিষ্যতে অভিযন্তা হোৱাৰ মন ঘনদীপৰ । কিন্তু ই ৰিক্সা চালাই পেটে ভাটে খাই থকা পিতৃয়ে কি দৰে পুত্ৰক আগলৈ পঢ়ুৱাব তাকে লৈ বিবুধিত পৰিছে । পৰৱৰ্তী পৰ্যায়ত পঢ়াব পৰাকৈ সামৰ্থ নাই ঘনদীপৰ পিতৃৰ ।সেই পুত্ৰৰ সাফল্যৰ পাছতো চকুলৈ টুকিছে এনেদৰে । দুৰ্ভগীয়া পিতৃয়ে এতিয়া সহায়ৰ বাবে চৰকাৰ তথা শুভাকাংক্ষীলৈ বাট চাইছে আৰু একান্তই অনুৰোধ কৰিছে সকলোকে ।
পুত্ৰৰ ভাল ফলাফলে চিন্তিত কৰিছে পিতৃক - গোৰেশ্বৰ
তামুলপুৰ মহকুমাৰ গোৰেশ্বৰৰ বাঘডোবাৰ ঘনদীপ বসুমতাৰীয়ে দৰিদ্ৰতা জিনি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০%নম্বৰেৰে সুখ্যাতি অৰ্জন কৰিছে । ছাত্ৰজনৰ সফলতাকলৈ উৎফুল্লিত হৈ পৰিছে গাঁওবাসী । পিতৃয়েহে আনন্দ কৰিব পৰা নাই কাৰণ পুত্ৰক উচ্চ শিক্ষা দিবলৈ অসামৰ্থ তেঁও ।
তামুলপুৰ,১৭ মে' : তামুলপুৰ মহকুমাৰ গোৰেশ্বৰৰ বাঘডোবা গাৱঁৰ নৰেন বসুমতাৰীৰ পুত্ৰ ঘনদীপ বসুমতাৰীৰ ফলাফলে পৰিয়ালৰ লগতে গাঁওবাসীক উৎফুল্লিত কৰি তুলিছে যদিও নিৰলে চকুলো টুকিছে পিতৃয়ে । গোৰেশ্বৰ ৰেইনৱ ইংলীছ স্কুলৰ ছাত্ৰ ঘনদীপে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লৈ ৯০% নম্বৰৰে কৃতকাৰ্য্য লাভ কৰিছে । বিজ্ঞান বিভাগত অধ্যয়ন কৰি ভৱিষ্যতে অভিযন্তা হোৱাৰ মন ঘনদীপৰ । কিন্তু ই ৰিক্সা চালাই পেটে ভাটে খাই থকা পিতৃয়ে কি দৰে পুত্ৰক আগলৈ পঢ়ুৱাব তাকে লৈ বিবুধিত পৰিছে । পৰৱৰ্তী পৰ্যায়ত পঢ়াব পৰাকৈ সামৰ্থ নাই ঘনদীপৰ পিতৃৰ ।সেই পুত্ৰৰ সাফল্যৰ পাছতো চকুলৈ টুকিছে এনেদৰে । দুৰ্ভগীয়া পিতৃয়ে এতিয়া সহায়ৰ বাবে চৰকাৰ তথা শুভাকাংক্ষীলৈ বাট চাইছে আৰু একান্তই অনুৰোধ কৰিছে সকলোকে ।
তামুলপুৰ মহকুমাৰ গোৰেশ্বৰৰ বাঘডোবাৰ ঘনদীপ বসুমতাৰী ৯০%নম্বৰেৰে উজলি ল।
ঘনদীপৰ ফলাফলত গাওবাসী উৎফুল্লিত।Body:১৭/৫/২০১৯,
তামুলপুৰ।
তামুলপুৰ মহকুমাৰ গোৰেশ্বৰৰ বাঘডোবা গাৱঁৰ নৰেন বসুমতাৰী ৰ পুত্ৰ ঘনদীপ বসুমতাৰী ৰ ফলাফলে পৰিয়ালৰ লগতে গাওবাসী ক উৎফুল্লিত কৰি তুলিছে যদিও পিতৃয়ে চকুপানী ও টুকিছে।গোৰেশ্বৰ ৰেইনৱ ইংলীছ স্কুলৰ ছাত্র ঘনদীপে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লৈ ৯০% নম্বৰৰে কৃতকাৰ্য্য লাভ কৰিছে ।বিজ্ঞান বিভাগত অধ্যয়ন কৰি ভৱিষ্যতে অভিযন্তা হোৱাৰ মন ঘনদীপৰ।কিন্তু ই ৰিক্মা চালাই পেটে ভাটে খাই থকা পিতৃয়ে কি দৰে পুত্ৰক পঢ়ুৱাই বিজ্ঞান বিভাগত।বিজ্ঞান বিভাগত অধ্যয়ন কৰিবলৈ হলে বহু টকাৰ প্ৰয়োজন।এই টকা যোগাৰ কৰা ঘনদীপৰ পিতৃৰ বাবে সম্ভৱ নহয়, সেয়েহে ঘনদীপৰ পিতৃয়ে পুত্ৰৰ সাফল্য তো চকুপানী টুকি ব লগা অৱস্থা হৈছে।
পিতৃৰ অনুৰোধ চৰকাৰ বা কোনো ব্যক্তিয়ে পুত্ৰৰ পঢ়াৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ।
১৭/৫/১৯
তামুলপুৰ ৰ পৰা দ্বীপেন শৰ্মা,ETV Bharat Assam .Conclusion: