ETV Bharat / state

বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

তামুলপুৰ মহকুমাৰ অন্তৰ্গত খৈৰাণীত সংঘটিত হৈছে এই ঘটনা ৷ শাহুৱেকৰ ঘৰত বিদ্যুতিক বাল্ব লগাই থকা সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আকোঁৱালি ল'লে ৰঞ্জিত সিংহ নামৰ লোকজনে ৷ ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

author img

By

Published : Jul 4, 2019, 11:47 AM IST

বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ 1 মৃত্যু

বাক্সা, 4 জুলাইঃ বাক্সাৰ অভয়পুৰত শাহুৱেকৰ ঘৰত বাল্ব ঠিক কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু ৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত খৈৰাণীত সংঘটিত হৈছে এই ঘটনা ৷ শাহুৱেকৰ ঘৰত বিদ্যুতিক বাল্ব লগাই থকা সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আকোঁৱালি ল'লে ৰঞ্জিত সিংহ নামৰ লোকজনে ৷ ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হোৱাৰ উপৰিও শোকৰ ছাঁ পৰিছে ৷ ইতিমধ্যে ঘটনাস্থলীত কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ সম্পৰ্কে অনুসন্ধান অব্যাহত ৰাখিছে ৷ তাৰোপৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷

Intro:বাক্সাৰ অভয়পুৰত শাহুৱেকৰ ঘৰত বাল্ব ঠিক কৰিবলৈ আহি বিদ্যুত পিষ্ঠ্য হৈ জোৱাইকৰ মৃত্যু ।Body:বাক্সাৰ জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত খৈৰাণীৰ অভয়পুৰত বিদ্যুত পিষ্ঠ্য হৈ এজনৰ মৃত্যু । শাহুৱেকৰ ঘৰত বিদ্যুতৰ মেৰামতি কৰিবলৈ আহি জোৱাইক বিদ্যুত পিষ্ঠ্য হৈ কৰুণ মৃত্যু আকোঁৱালি লবলগীয়া হয় । জানিব পৰা মতে সত্যনাৰায়ণপুৰৰ ৰঞ্জিত সিংহ নামৰ লোকজনে বুধবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত অভয়পুৰৰ শাহুৱেকৰ ঘৰত বাল্ব এটা ঠিক কৰিবলৈ আহিছিল আৰু তেনেতে বাল্ব এটা লগাবলৈ ঠিক ঠাক কৰি থকা সময়তেই হঠাৎ বিদ্যুত পিষ্ঠ্য হৈ কৰুণ মৃত্যুক আকোঁৱালি লবলগীয়া হয় জোৱাইক ৰঞ্জিত সিংহই । ফলত উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্র অঞ্চলটোতে এক শোকৰ পৰে ।Conclusion: ইতিমধ্যে ঘটনাস্থলীত কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ সম্পৰ্কে অনুসন্ধান অব্যাহত ৰাখিছে । পিছত মৃত্যুদেহাটো পোষ্টমৰ্টেমৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.