ETV Bharat / state

বড়োলেণ্ডৰ দাবিত উত্তাল বাক্সা

author img

By

Published : Aug 8, 2019, 5:24 PM IST

পৃথক ৰাজ্যৰ দাবীত উত্তাল বাক্সাৰ মুছলপুৰ ৷ "আমাক বড়োলেণ্ড লাগিবই" এই দাবী কেইবাটাও দল সংগঠনৰ ৷ বড়োলেণ্ডৰ দাবীত সৰৱ এবছু, এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএম । লাডাখৰ দৰে বড়োলেণ্ডৰ জনতাক ন্যায় প্ৰদান কৰক এবছুৰ দাবী ৷

বড়োলেণ্ডৰ দাবিত উত্তাল বাক্সা

বাক্সা ৮ আগষ্টঃ কেন্দ্ৰীয় চৰকাৰে জন্মু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আৰু ৩৫(ক) প্ৰত্যাহাৰ কৰি জন্মু কাশ্মীৰ আৰু লাডাখ নামেৰে দুখন কেন্দ্ৰীয়শাসিত ৰাজ্য গঠন কৰাৰ পিছতেই পুনৰাই পৃথক বড়োলেণ্ডৰ দাবীত সৰৱ হৈ পৰিছে এবছু, এনডিএফবি (প্ৰ) আৰু পিজিএচিবিএম । বড়োলেণ্ডৰ দাবীত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন দল সংগঠন কেইটাৰ ।

বড়োলেণ্ডৰ দাবিত উত্তাল বাক্সা

সহস্ৰাধিক জনতাই হাতে হাতে বেনাৰ, পতাকা, প্লেকাৰ্ড লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি ন বড়োলেণ্ড ন ৰেষ্ট, বড়োলেণ্ড অবিহনে ক্ষান্ত নহও আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ কেন্দ্ৰীয় চৰকাৰে যদি জন্মু-কাশ্মীৰক দ্বিখণ্ডিত কৰি দুখন কেন্দ্ৰীয়শাসিত ৰাজ্য গঠন কৰিব পাৰে তেনেহলে অসমক দ্বিখণ্ডিত কৰি পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰিব নোৱাৰাৰ কোনো কাৰণ নাই বুলিও দাবী কৰে ৷

বিজেপি চৰকাৰে লাডাখৰ জনতাক ন্যায় দিয়াৰ দৰে বড়োলেণ্ডৰ জনতাকো ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনায় কাৰ্যসূচীত অংশগ্ৰহণ কৰা নেতৃবৰ্গই ৷

Intro:বাক্সাৰ মুছলপুৰত পৃথক ৰাজ্যৰ দাবীত উত্তালঃ "আমাক বডোলেণ্ড লাগিবই" এবছুBody:পুণৰাই বডোলেণ্ডৰ দাবীত সৰৱ এবছু , এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএম ।

লাডাখৰ দৰে বড়োলেণ্ডৰ জনতাক ন্যায় প্ৰদান কৰক : এবছু
বাক্সা ৮ আগষ্ট :-
কেন্দ্ৰীয় চৰকাৰে জন্মু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আৰু ৩৫(ক) প্ৰত্যাহাৰ কৰি জন্মু কাশ্মীৰ আৰু লাডাখ নামেৰে দুখন কেন্দ্ৰীয়শাসিত ৰাজ্য গঠন কৰাৰ পিছতেই পুণৰাই পৃথক বড়োলেণ্ডৰ দাবীত সৰৱ হৈ পৰিছে এবছু , এনডিএফবি (প্ৰ) আৰু পিজিএচিবিএমে । আজি উপৰোক্ত সংগঠন তিনিটাৰ উদ্যোগত মুছলপুৰ দুৰ্গা মন্দিৰ খেল পথাৰত পৃথক বড়োলেণ্ডৰ দাবীত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰিছে । ৰাতিপুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা উক্ত ধৰ্মঘট কাৰ্যসূচীত সহস্ৰাধিক জনতাই হাতে হাতে বেনাৰ ফেষ্টুন , পতাকা , প্লেকাৰ্ড লৈ অৱস্থান ধৰ্মঘট কাৰ্য়সূচীত অংশগ্ৰহণ কৰি নিজ দাবীৰ সমৰ্থনত ন বডোলেণ্ড ন ৰেষ্ট, বড়োলেণ্ড অবিহনে ক্ষান্ত নহও আদি বিভিন্ন শ্লোগানেৰে মুছলপুৰ নগৰৰ আকাশ বতাহ উত্তাল কৰি তোলে । কেন্দ্ৰীয় চৰকাৰে যদি জন্মু -কাশ্মীৰক দ্বিখণ্ডিত কৰি দুখন কেন্দ্ৰীয়শাসিত ৰাজ্য গঠন কৰিব পাৰে তেনেহলে অসমক দ্বিখণ্ডিত কৰি পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰিব নোৱাৰাৰ কোনো কাৰণ নাই বুলি ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা নেৰ্তৃবৰ্গই মন্তব্য কৰি বিজেপি চৰকাৰে লাডাখৰ জনতাক ন্যায় দিয়াৰ দৰে বড়োলেণ্ডৰ জনতাকো ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।
বাইকঃ
হজৰত আলী ( বডোলেণ্ড মুভমেণ্ট অৰ সম্পাদক)
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:জম্মু কাশ্মীৰৰ নিচিনাকৈ বিটিএডি অঞ্চলতো পৃথক ৰাজ্য গঠনৰ কাৰণে দাবী জনায় আজি বাক্সাৰ মুছলপুৰত ধৰ্ণা কাৰ্য্যসূচী হাতত লয় এবছু আৰু পিপুল জইন একচন কিটি ফৰ বডোলেণ্ড মুভমেণ্টেেঃ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.