ETV Bharat / state

বাক্সাৰ বজাৰত উচিত মূল্যৰ পৰা বঞ্চিত তামোলৰ খুচুৰা ব্যৱসায়ী - সপ্তাহিক বজাৰ

বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ পাটকিজুলী , কুমাৰীকাটা আদি বজাৰ কেইখনত বাহিৰৰ ব্যৱসায়ী নহাৰ ফলতেই স্থানীয় কৃষিজীৱি লোকসকলে তামোলৰ উচিত মূল্য পাবলৈ সক্ষম হোৱা নাই ৷

বাক্সাৰ বজাৰত তামোলৰ খুচুৰা ব্যৱসায় সকলৰ বিলৈ!
author img

By

Published : Jun 2, 2019, 4:06 PM IST

বাক্সা, 02 জুন : বাক্সা জিলাৰ বজাৰত তামোলৰ খুচুৰা ব্যৱসায়ীসকলৰ বিলৈ ! সপ্তাহিক বজাৰসমূহৰ খুচুৰা তামোলৰ ব্যৱসায়ীসকলে অধিক লাভৰ আশাত গাঁৱৰ কৃষকসকলৰ পৰা তামোল কিনে ৷ কিন্তু বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ পাটকিজুলী , কুমাৰীকাটা আদি বজাৰ কেইখনত বাহিৰৰ ব্যৱসায়ী নহাৰ ফলতেই স্থানীয় কৃষিজীৱী লোকসকলে তামোলৰ উচিত মূল্য পাবলৈ সক্ষম হোৱা নাই ৷

বাক্সাৰ বজাৰত তামোলৰ খুচুৰা ব্যৱসায় সকলৰ বিলৈ!

স্থানীয় ব্যৱসায়ীয়েসকলে খুচুৰা তামোলৰ ব্যৱসায়ী সকলৰ পৰা কম মূল্যতে তামোল ক্ৰয় কৰে ৷ যাৰ ফলত আজি পৰ্যন্ত তামোলৰ মূল্য বৃদ্ধি নোহোৱাৰ অভিযোগ তামোল-পানৰ খুচুৰা ব্যৱসায়ীসকলৰ ৷ জানিব পৰা মতে প্ৰতি কুন্টল তামোলত প্ৰতি বছৰে তিনি হাজাৰ টকাতকৈ অধিক মূল্যৰ বৃদ্ধি হোৱা পৰিলক্ষিত হোৱা নাই ৷

slug :as_bak_2june_nut_market_vis1_to_vis2_7203823

বাক্সাৰ বজাৰত তামোলৰ খচুৰা ব্যৱসায় সকলৰ বিলৈই ।

সপ্তাহিক বজাৰত সমূহত খচুৰা তামোলৰ ব্যৱসায়িক সকলে অধিক লাভৰ আশাত গাঁৱৰ কৃষকৰ পৰা আধ বাটতে কিনি লয় । যদিও কিন্তু বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ পাটকিজুলী ,কুমাৰীকাটা আদি বজাৰ কেইখনত বাহিৰৰ ব্যৱসায়িক নহাৰ ফলতেই সঠিক মূল্য পাবলৈ সক্ষম হোৱা নাই স্থানীয় কৃষিজীৱি লোকসকল । যাৰ বাবে স্থানীয় ব্যৱসায়ীক সকলে কম মূল্যতে তামোল ক্ৰয় কৰাৰ ফলতেই আজিলৈ তামোলৰ বজাৰ মূল্য বৃদ্ধি হোৱা নাই বুলি অভিযোগ কৰে তামোল পানৰ খচুৰা ব্যৱসায়িক সকলে। জানিব পৰা মতে প্ৰতি বছৰে তামোলৰ প্ৰতি কুন্টলত তিনি হাজাৰ টকাতকৈ অধিক বৃদ্ধি হোৱা পৰিলক্ষিত নহল ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.