ETV Bharat / state

এটুপি খোৱা পানীৰ বাবেই ৰাইজে ভেটিব লাগে খৰস্ৰোতা নদী

ৰাইজে বছৰি এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হয় । চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ বা জলসিঞ্চন বিভাগ থকাৰ পিচতো খোৱাপানী, খেতিপথাৰত পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় অঞ্চলটোৰ ৰাইজে ৷

author img

By

Published : Jul 4, 2019, 11:05 PM IST

এটুপি খোৱা পানীৰ বাবেই ৰাইজে ভেটিব লাগে খৰস্ৰোতা নদী

বাক্সা,4 জুলাই : এটুপি পানীৰ বাবে খৰস্ৰোতা নৈ ভেটিছে ৰাইজে ৷ যিসময়ত প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ জনসাধাৰণক পানী সংৰক্ষণ কৰিবলৈ আহ্বান জনাইছে তেনেসময়তে বাক্সাত পাগলাদিয়া নদীৰ বুকুত বান্ধ দি পানী সংৰক্ষণ কৰি বিৰল দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হৈছে সীমান্তৰ সহস্ৰাধিক ৰাইজে ।

এটুপি খোৱা পানীৰ বাবেই ৰাইজে ভেটিব লাগে খৰস্ৰোতা নদী

উল্লেখ্য যে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ উত্তৰকুছি, বগাজুলী, দেওচুঙা, নিকাছী, গৈয়বাৰীত আদি অঞ্চলত ৰাইজে বছৰি এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হয় । চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ বা জলসিঞ্চন বিভাগ থকাৰ পিচতো খোৱাপানী, খেতিপথাৰত পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় অঞ্চলটোৰ ৰাইজে ৷ সেয়ে প্ৰতিবছৰে উত্তৰকুছি অঞ্চলৰ ৰাইজে ভূটান সীমান্তৰ পৰা বৈ অহা পাগলাদিয়া নদী প্ৰাকৃতিক উপায়েৰে বান্ধ বান্ধি দোঙেৰে পানী বোৱাই নি পুখুৰী বা খাল আদিত সংৰক্ষণ কৰি আহিছে ৷

Intro:বাক্সাৰ বিভিন্ন ঠাইত ৰাইজৰ পানী সংৰক্ষণ ।Body: পানীয়ে যে প্ৰাণ ৷ কিন্তু এটুপি পানীৰ বাবে খৰস্ৰোতা নদী ভেটিছে ৰাইজে ৷ যিসময়ত প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্র দেশৰ জনসাধাৰণক পানী সংৰক্ষণ কৰিবলৈ আহ্বান জনাইছে তেনেসময়তে বাক্সাত পাগলাদিয়া নদীৰ বুকুত বান্ধ দি পানী সংৰক্ষণ কৰি বিৰল দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হৈছে সীমান্তৰ সহস্ৰাধিক ৰাইজে । উল্লেখ্য যে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ উত্তৰকুছি, বগাজুলী, দেওচুঙা, নিকাছী, গৈয়বাৰীত আদি অঞ্চলত ৰাইজে বছৰি এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হয় । চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ বা জলসিঞ্চন বিভাগ থকাৰ পিচতো খোৱাপানী, খেতিপথাৰত পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় অঞ্চলটোৰ ৰাইজে ৷ সেয়ে প্ৰতিবছৰে উত্তৰকুছি অঞ্চলৰ ৰাইজে ভূটান সীমান্তৰ পৰা বৈ অহা পাগলাদিয়া নদী প্ৰাকৃতিক উপায়েৰে বান্ধ বান্ধি দোংৰে পানী বোৱাই নি পুখুৰী বা খাল আদিত সংৰক্ষণ কৰি আহিছে ৷

Conclusion:উল্লেখ্য যে যদিও জিলা খনৰ বিভিন্ন ঠাইত ৰাইজে পানী সংৰক্ষণ কৰিব লগীয়া হৈছে যদিও আন কিছুমান ঠাইত পানীৰ অপব্যয় হৈয়ে আছে প্ৰতি দিনে ।

ভাষ্য

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.