ETV Bharat / state

ভৰ বাৰিষা পাগলাদিয়াৰ বুকুৰে বিপদসংকুৰ যাতায়ত বাক্সাবাসীৰ

দৃশ্যটো বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত খৈৰাণীৰ ৷ যি দৃশ্যই প্ৰতিপন্ন কৰিছে চৰকাৰৰ উন্নয়নৰ এক নগ্ন স্বৰুপ ৷ কিয়নো বিগত সোতৰ বছৰে মডেল বিটিচিৰ কথা কোৱা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰ তথা অসম চৰকাৰে পাগলাদিয়া নদীত নিৰ্মাণ কৰিবলৈ সক্ষম নহ'ল এখন দলং ৷ যাৰ বাবে বাৰিষা আহিলেই যাতায়তৰ নামত যমৰ যাতনা ভোগ কৰে দুয়োপাৰৰ জনসাধাৰণে ৷

author img

By

Published : Sep 19, 2020, 1:26 PM IST

PEOPLE CONTINUE RISKY COMMUNICATION THROUGH PAGLADIA RIVER
ভৰ বাৰিষা পাগলাদিয়াৰ বুকুৰে বিপদসংকুৰ যাতায়ত বাক্সাবাসীৰ

বাক্সা, 19 ছেপ্তেম্বৰঃ স্বাধীনতাৰ তেসত্তৰ বছৰ অতিক্ৰম কৰাৰ পিচতো নিৰ্মাণ নহ'ল এখন দলং ৷ ফলত বাৰিষা বিপদসংকুল যাতায়ত কৰিবলৈ বাধ্য হয় এটা বৃহত অঞ্চলৰ জনসাধাৰণে ৷ গুৰুত্ব নাই জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ ৷

দৃশ্যটো বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত খৈৰাণীৰ ৷ যি দৃশ্যই প্ৰতিপন্ন কৰিছে চৰকাৰৰ উন্নয়নৰ এক নগ্ন স্বৰুপ ৷ কিয়নো বিগত সোতৰ বছৰে মডেল বিটিচিৰ কথা কোৱা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰ তথা অসম চৰকাৰে পাগলাদিয়া নদীত নিৰ্মাণ কৰিবলৈ সক্ষম নহ'ল এখন দলং ৷ যাৰ বাবে বাৰিষা আহিলেই যাতায়তৰ নামত যমৰ যাতনা ভোগ কৰে দুয়োপাৰৰ জনসাধাৰণে ৷ পাগলাদিয়া নদীত পানী বৃদ্ধি হলেই পথচাৰীয়ে বাইক, চাইকেল কান্ধত লৈ বিপদজ্জনক ভাৱে যাতায়ত কৰিব লাগে ৷ জিলাখনৰ জালাহ-কুমাৰীকাটা পথৰ মাজেৰে বৈ যোৱা পাগলাদিয়াৰ বুকুৰে যাতায়ত কৰা ভয়ংকৰ দৃশ্য এয়া ৷ বাক্সা জিলাৰ সদৰ মুছলপুৰলৈ যোৱা পথটোৰ মাজেৰে বৈ গৈছে পাগলাদিয়া নদীখন । খৰালি পানী কমকৈ থকাৰ বাবে নদীৰ মাজেৰে অনায়াসে যাতায়ত কৰে যদিও বাৰিষা হলেই পথটোৰে যাতায়ত বন্ধ হৈ পৰে ৷ কিন্তু একাংশ লোকে বাধ্য হৈ নিজৰ জীৱনকো বিপন্ন কৰি ভৰ বাৰিষা অব্যাহত ৰাখিছে যাতায়ত ৷

প্ৰতিখন যান-বাহন এনেদৰে কান্ধত লৈ পাৰ কৰাই দিয়াৰ ফলত পথচাৰিয়ে ভৰিব লাগে ধন ৷ নৈখন পাৰ হ'বলৈ এবাৰত এশৰ পৰা দুশ টকা পৰ্যন্ত ভৰিব লাগে প্ৰতিজন বাইক আৰোহীয়ে ৷ বছৰ বছৰ ধৰি ৰাইজে এনেদৰে যমৰ যাতনা ভোগ কৰি থকাৰ পিচতো গুৰুত্ব নাই কোনো এখন নিৰ্বাচিত চৰকাৰৰ ৷ নৈখনৰ ওপৰত এখন দলং নিৰ্মাণ কৰাৰ বাবে ৰাইজে বাৰম্বাৰ আবেদন কৰাৰ পিচতো আজিপৰ্যন্ত কোনো গুৰুত্ব নিদিলে কোনো এখন চৰকাৰে ৷

লগতে পঢ়কঃ সাত মাহৰ মূৰত সোণোৱাল দিল্লীলৈঃ সাক্ষাৎ কৰিব মোদী-শ্বাহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.