ETV Bharat / state

মুছলপুৰত পানীত পৰি সন্ধানহীন এজন

author img

By

Published : Jul 26, 2019, 4:53 PM IST

ডেকা নৈৰ বোঁৱতী পানীত পৰি সন্ধানহীন এজন ৷ লোকজন সত্তৰ বছৰীয়া কন্দৰ্প নায়ক ৷

পানীত পৰি সন্ধানহীন এজন

চাপাগুৰি,26 জুলাই : মুছলপুৰৰ ডেকা নৈৰ বোঁৱতী পানীত পৰি এজন লোক সন্ধানহীন হৈছে ৷ সন্ধানহীন লোকজন সত্তৰ বছৰীয়া কন্দৰ্প নায়ক বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে,বৃহস্পতিবাৰে মাছ মাৰিবলৈ গৈ ডেকা নৈৰ পানীত পৰি সন্ধানহীন হৈছিল লোকজন ৷

পানীত পৰি সন্ধানহীন এজন

শুকুৰবাৰে পুৱাৰ পৰা বাক্সা জিলা প্ৰশাসন আৰু আৰক্ষীৰ তৎপৰতাত NDRFৰ দলে উদ্ধাৰ অভিযান চলাইছে যদিও বৰ্তমানলৈকে সফল হ'ব পৰা নাই ৷ ইয়াৰ পাছতে স্থানীয় ৰাইজৰ মাজত উদ্বিগ্নতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

Intro:কালিৰে পৰা মুছলপুৰৰ ডেকা নৈৰ বোৱতী পানীত পৰি এগৰাকী সত্তৰ বছৰীয়া লোক সন্ধানহীন হৈ আছে। লোক জনৰ নাম কন্দৰ্প নায়ক ।Body:মাছ মাৰিবলৈ আহি সন্ধানহীন হয় লোকজন।আজি ৰাতিপুৱাৰ পৰা বাগছা জিলা প্ৰশাসন আৰু বাগছা আৰক্ষীৰ তৎপৰতাত এন দি আৰ এফৰ দলে উদ্ধাৰ অভিযান চলাই আছে যদিও এতিয়া লৈকে উদ্ধাৰ কৰিব পৰা নাই লোক জনৰ মৃতদেহ। মৃতদেহৰ অপেক্ষাত স্হানীয় ৰাইজৰ মাজত উদ্দিগ্নতা বৃদ্ধি পাইছে।Conclusion:বাইট-
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.