ETV Bharat / state

তিনি মাহে দৰমহাৰ পৰা বঞ্চিত এন আৰ চি কেন্দ্ৰৰ কৰ্মী

বাক্সাত কাম নকৰাৰ সিদ্ধান্ত 25 কম্পিউটাৰ সহযোগীৰ

author img

By

Published : Jun 1, 2019, 3:09 PM IST

কাম নকৰাৰ সিদ্ধান্ত 25 কম্পিউটাৰ সহযোগীৰ

চাপাগুৰি,01 জুন : আগন্তুক জুলাই মাহত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত খচৰা তালিকা ৷ ইতিমধ্যে এন আৰ চি কেন্দ্ৰসমূহত কামৰ তৎপৰতা বৃদ্ধি পাইছে ৷ চূড়ান্ত খচৰা তালিকাৰ প্ৰকাশ পোৱাৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো এন আৰ চি কেন্দ্ৰতে ভিৰ পৰিলক্ষিত হৈছে ৷

কিন্তু অভিযোগ অনুসৰি ৰাজ্যৰ এন আৰ চি কেন্দ্ৰসমূহত কৰ্মৰত কম্পিউটাৰ সহযোগী হিচাপে কৰ্মৰত কৰ্মচাৰীসকলে বিগত তিনিমাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে ৷ যাৰ ফলত বাক্সাৰ এন আৰ চি কেন্দ্ৰত নিয়োজিত কম্পিউটাৰ সহযোগী কৰ্মীৰ মাজত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ পুৱাৰ পৰা ৰাতিলৈ কাম কৰিও মাহেকৰ মূৰত নিজৰ প্ৰাপ্য মাননীখিনি নোপোৱাত কৰ্মচাৰীসকল ক্ষোভিত হৈ পৰিছে ৷ সেয়ে বাক্সা ৰাজহ চক্ৰৰ অধীনত থকা এন আৰ চি শুনানী কেন্দ্ৰৰ প্ৰায় 25 গৰাকী কম্পিউটাৰ সহযোগীয়ে দৰমহাৰ পৰা বঞ্চিত হৈ এতিয়া কাম নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কৰ্মচাৰীসকলৰ এনে ঘোষণাই এন আৰ চিৰ শুনানী ব্যৱস্থাটো স্থৱিৰ হৈ পৰিব ৷

Intro:তিনি মাহে দৰমহাৰ পৰা বঞ্চিত এন আৰ চি কেন্দ্ৰৰ কম্পিউটাৰ সহযোগীৰ
বাক্সাত কাম নকৰাৰ সিদ্ধান্ত ২৫ কম্পিউটাৰ সহযোগীৰBody:অহা জুলাই মাহত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত খচৰা তালিকা ৷ ইতিমধ্যে এন আৰ চি কেন্দ্ৰসমুহত বৃদ্ধি পাইছে কামৰ তৎপৰতা ৷ প্ৰতিটো এন আৰ চি কেন্দ্ৰতে পৰিলক্ষিত হৈছে ভিৰ ৷ পিচে ৰাজ্যৰ এন আৰ চি কেন্দ্ৰসমুহত কৰ্মৰত কম্পিউটাৰ সহযোগী হিচাপে কাম কৰা কৰ্মচাৰীসকলে বিগত তিনিমাহ ধৰি বঞ্চিত হৈ আহিছে প্ৰাপ্য দৰমহাৰ পৰা ৷ ফলত বাক্সাৰ এনআৰচি কেন্দ্ৰত নিয়োজিত কম্পিউটাৰ সহযোগীৰ মাজত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । পুৱাৰ পৰা ৰাতিলৈ কাম কৰিও মাহেকৰ মুৰত নিজৰ প্ৰাপ্য মাননীখিনি নাপায় ক্ষোভিত হৈ পৰিছে কৰ্মচাৰীসকল ৷ বাক্সা ৰাজহ চক্ৰৰ অধিনত থকা এন আৰ চি শুনানী কেন্দ্ৰৰ প্ৰায় ২৫ গৰাকী কম্পিউটাৰ সহযোগীয়ে দৰমহাৰ পৰা বঞ্চিত হৈ এতিয়া কাম নকৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ।Conclusion:যাৰবাবে কৰ্মচাৰীসকলৰ এনে ঘোষনাই এন আৰ চিৰ শুনানী ব্যৱস্থাটো স্থৱিৰ হৈ পৰিব ৷
বাইট,,, কৰ্মচাৰী ৷
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.