বাক্সা, ২৬ মে': বাক্সাৰ ভাৰত ভূটান সীমান্তৰ অন্তৰ্গত ২নং কালীপুৰত নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদ গঠন । দেওবাৰে দিনৰ 11 বজাৰ পৰা আৰক্ষী প্ৰশাসনক লগত ৰাখি শান্তি পূৰ্ণভাৱে সংগঠনটোৱে বাক্সা জিলা নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদ গঠন কৰে । উল্লেখ্য যে, জিলা পৰিষদ খন গঠনৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল আগছুৱে । পাচত নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদে আৰক্ষী প্ৰশাসনৰ সহায় লৈ ৪ বজালৈকে সভাখন সুকলমে চলাই নিয়ে ।
সভাখনত উপস্থিত থাকে নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদ অসমৰ উপাধ্যক্ষ ইন্দ্ৰ চাপাগাই , সভাপতি বীৰেন্দ্ৰ ৰাণা, আমা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিনেত্ৰী দৈৱকী দেৱী তিমচিনা,সাংগঠনিক সম্পাদিকা দীপা কট্টৰ আৰু ৫৮ নং তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী, কুমাৰীকাটা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হৰিৰাম উপাধ্যায় , সমাজকৰ্মী আলাউদ্দীন আহমেদ লগতে স্থানীয় দুই শতাধিক লোক ।
বাক্সাত গঠন নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদ
জিলা পৰিষদখন গঠনৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল আগছুৱে । পাচত নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদে আৰক্ষী প্ৰশাসনৰ সহায় লৈ ৪ বজালৈকে সভাখন সুকলমে চলাই নিয়ে ৷
বাক্সা, ২৬ মে': বাক্সাৰ ভাৰত ভূটান সীমান্তৰ অন্তৰ্গত ২নং কালীপুৰত নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদ গঠন । দেওবাৰে দিনৰ 11 বজাৰ পৰা আৰক্ষী প্ৰশাসনক লগত ৰাখি শান্তি পূৰ্ণভাৱে সংগঠনটোৱে বাক্সা জিলা নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদ গঠন কৰে । উল্লেখ্য যে, জিলা পৰিষদ খন গঠনৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল আগছুৱে । পাচত নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদে আৰক্ষী প্ৰশাসনৰ সহায় লৈ ৪ বজালৈকে সভাখন সুকলমে চলাই নিয়ে ।
সভাখনত উপস্থিত থাকে নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদ অসমৰ উপাধ্যক্ষ ইন্দ্ৰ চাপাগাই , সভাপতি বীৰেন্দ্ৰ ৰাণা, আমা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিনেত্ৰী দৈৱকী দেৱী তিমচিনা,সাংগঠনিক সম্পাদিকা দীপা কট্টৰ আৰু ৫৮ নং তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী, কুমাৰীকাটা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হৰিৰাম উপাধ্যায় , সমাজকৰ্মী আলাউদ্দীন আহমেদ লগতে স্থানীয় দুই শতাধিক লোক ।
Body:বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ অন্তৰ্গত ২নং কালীপুৰত নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদ গঠন । দেওবাৰে দিনৰ ১১ বজাত পৰা আৰক্ষী প্ৰশাসনৰ লগত ৰাখি শান্তি পূৰ্ণভাৱে সংগঠনটোৱে বাক্সা জিলা নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদ গঠন কৰে । উল্লেখ্য যে জিলা পৰিষদ খন গঠনৰ ক্ষেত্ৰত আগছুৱে বাধা প্ৰদান কৰিছিল । পিছত নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদে আৰক্ষী প্ৰশাসনৰ সহায় লৈ ৪ বজালৈকে সভাখন সুকলমে চলাই নিয়ে ।
Conclusion:উক্ত সভাখনত নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদ অসমৰ উপাধ্যক্ষ ইন্দ্ৰ চাপাগাই , সভাপতি বীৰেন্দ্ৰ ৰাণা, আমা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিনেত্ৰী দৈৱকী দেৱী তিমচিনা,সাংগঠনিক সম্পাদিকা দীপা কট্টৰ আৰু ৫৮ নং তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী, কুমাৰীকাটা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হৰিৰাম উপাধ্যায় , সমাজকৰ্মী আলাউদ্দীন আহমেদ লগতে স্থানীয় দুই শতাধিক লোকে উপস্থিত থাকে ।
ভাষ্য
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।