ETV Bharat / state

বাক্সাৰ নিকাছী আৰক্ষীৰ জালত বন্ধু হত্যাকাৰী - বাক্সাৰ নিকাছী আৰক্ষীৰ জালত বন্ধু হত্যাকাৰী

বাক্সাৰ নিকাছী আৰক্ষীৰ জালত বন্ধু হত্যাকাৰী ৷ এটা বিড়িক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হোৱাৰ পাচতে এজন বন্ধুয়ে আনজনক হত্যা কৰিছিল ৷

গ্ৰেপ্তাৰ হত্যাকাৰী লোৰেন বিলুং
বাক্সাৰ নিকাছী আৰক্ষীৰ জালত বন্ধু হত্যাকাৰী
author img

By

Published : Oct 28, 2020, 5:27 PM IST

বাক্সা, 28 অক্টোবৰ : বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ মধুপুৰত মঙলবাৰে নিশা চোকা অস্ত্ৰৰে বন্ধুক হত্যা কৰি পলাতক হৈছিল এজন যুৱক ৷ দুয়ো বন্ধুৱে একেলগে সুৰাপান কৰাৰ মাজতে এটা বিড়িক লৈ কাজিয়াৰ সূত্ৰপাতৰ পৰিণতিত লোৰেন বিলুং নামৰ বন্ধুজনে ৰঞ্জিত বাৰ্লা নামৰ যুৱকজনক চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰে ।

মধুপুৰৰ ঘন জংঘলত আত্মগোপন কৰি থকা অৱস্থাত পুৱতি নিশা হত্যাকাৰী লোৰেন বিলুঙক নিকাছী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । বন্ধুৱে বন্ধুক হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷

লগতে পঢ়ক : ধাৰাবাহিক নিযুক্তি কেলেংকাৰীয়ে নিৰ্বাচনত বিপদ ঘটাব নেকি বিজেপিক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.