ETV Bharat / state

বৰিমাখাত এবছুৰ উদ্যোগত কাবাডী-ভলীবল প্ৰতিযোগিতা

author img

By

Published : Mar 13, 2021, 10:10 PM IST

বৰিমাখাত এবছুৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে কাবাডী আৰু ভলীবল প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখন উদ্বোধন কৰে বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে ৷

বৰিমাখাত এবছুৰ উদ্যোগত কাবাডী আৰু ভলীবল প্ৰতিযোগিতা

বাক্সা,13 মাৰ্চ: নতুন প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে বাক্সা জিলাৰ বৰিমাখাত এবছুৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে কাবাডী আৰু ভলীবল প্ৰতিযোগিতা ৷ বৰিমাখা আঞ্চলিক এবছুৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে ৷

প্ৰতিযোগিতাখনত ল'ৰা আৰু ছোৱালীৰ প্ৰায় বিশটা কাবাডী আৰু ভলীবল দলে যোগদান কৰিছে বুলি জানিবলৈ দিয়ে বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে ৷

লগতে পঢ়ক: চামগুৰিত নিৰ্বাচনী প্ৰচাৰ চলালে স্মৃতি ইৰাণীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.