ETV Bharat / state

বাক্সা জিলা কাৰ্যালয়ৰ সন্মুখত জুৱা (JUA)ৰ প্ৰতিবাদ

author img

By

Published : Nov 2, 2020, 2:04 PM IST

সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত Journalist Union Of Assam (JUA)ৰ বাক্সা জিলা সমিতিৰ প্ৰতীকি প্ৰতিবাদী কাৰ্যসূচী ৷ শীঘ্ৰেই চৰকাৰে বিষয়তোৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্য়ৱস্থা গ্ৰহণ কৰাৰ আহ্বান সাংবাদিক সকলৰ ৷

Journalist Union Of Assam protested at Baska
বাক্সা জিলা কাৰ্য্যালয়ৰ সন্মুখত জুৱা (JUA) ৰ প্ৰতিবাদ

বৰমা,২ নৱেম্বৰ : ফেডাৰেচন অফ জাৰ্ণালিষ্টৰ আহ্বান মৰ্মে ইণ্ডিয়ান জাৰ্ণালিষ্ট ইউনিয়ানৰ সহযোগত সমগ্ৰ বিশ্বতে সংঘটিত হৈ থকা সাংবাদিক নিগ্ৰহ তথা সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত সোমবাৰে Journalist Union Of Assam (JUA)ৰ বাক্সা জিলা সমিতিয়ে বাক্সা জিলা কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে প্ৰতীকি প্ৰতিবাদী কাৰ্যসূচী ৷

সাংবাদিক সকলৰ দাবী,শীঘ্ৰেই চৰকাৰে বিষয়তোৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে আৰু সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে ৷ Journalist Union Of Assamৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতীকী প্ৰতিবাদী কাৰ্যসূচী সমিতিৰ একাংশ সদস্য সাংবাদিকে অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক: নিশা হঠাতে স্বাস্থ্যৰ অৱনতিঃ তৰুণ গগৈক পুনৰ হাস্পতালত ভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.