ETV Bharat / state

বাক্সা জিলাৰ বৰমাত ছাত্ৰ ছাত্ৰীক মোবাইল, টিভি মেৰামতিৰ সামগ্ৰী বিতৰণ কৰিলে সেনাই - টিভি মেৰামতিৰ সামগ্ৰী বিতৰণ কৰিলে সেনাই

বাক্সা জিলাৰ বৰমাত ভাৰতীয় সেনাৰ দ্বাৰা মোবাইল, টিভি মেৰামতিৰ সামগ্ৰী বিতৰণ (Indian army distributing goods among students ) ৷

tv-mobile-repair-materials-and-certificates-distribution-at-baksa
বাক্সা জিলাৰ বৰমাত ছাত্ৰ ছাত্ৰীলৈ মোবাইল, টিভি মেৰামতিৰ সামগ্ৰী বিতৰণ
author img

By

Published : Feb 25, 2022, 2:09 PM IST

বাক্সা, 25 ফেব্ৰুৱাৰী : বাক্সা জিলাৰ বৰমাৰ স্থানীয় একাংশ ছাত্ৰ-ছাত্ৰীলৈ ভাৰতীয় সেনাৰ দ্বাৰা মোবাইল, টিভি মেৰামতিৰ সামগ্ৰী বিতৰণ ৷ উল্লেখ্য যে, কিছু দিন পূৰ্বে ভাৰতীয় সেনাৰ ১৫ নং জাট ৰেজিমেণ্টৰ দ্বাৰা বৰমাৰ স্থানীয় যুৱক-যুৱতীসকলক এমাহজোৰা টিভি, ম'বাইল মেৰামতি প্ৰশিক্ষনৰ দিয়া হৈছিল ৷ প্ৰশিক্ষনৰ অন্তত বৃহস্পতিবাৰে ছাত্ৰ-ছাত্ৰী সকলক বৰমাত থকা জাট ৰেজিমেণ্টৰ চাউনিত পুৰস্কাৰ প্ৰদানৰ লগতে প্ৰমাণপত্ৰ প্ৰদান কৰা হয় (TV mobile repair materials and certificates Distribution) ৷

বাক্সা জিলাৰ বৰমাত ছাত্ৰ ছাত্ৰীলৈ মোবাইল, টিভি মেৰামতিৰ সামগ্ৰী বিতৰণ

ভাৰতীয় সেনাই স্থানীয় যুৱক-যুৱতীসকলক সন্মানীয় জীৱন যাপনৰ বাবে উপযুক্ত পথ প্ৰদান কৰি তেওঁলোকক শক্তিশালী কৰাৰ উদ্যেশে এই বিশেষ পন্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ভাৰতীয় সেনাৰ ১৫ নং জাট ৰেজিমেণ্টৰ সেনা অধিনায়কে ৷ ইফালে উক্ত অনুষ্ঠানটিত উপস্থিত থাকে বৰমাৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰছাত্ৰী ৷

লগতে পঢ়ক : দৰং আৰু ওদালগুৰি জিলা কৈৱৰ্ত সন্মিলনীৰ অধিৱেশনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.