ETV Bharat / state

বাক্সাত ভাৰতীয় সেনাৰ বিনামুলীয়া চিকিৎসা শিবিৰ সম্পন্ন - baksa

ভাৰতীয় সেনা বাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ প্ৰশংসনীয় পদক্ষেপ ৷ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ কাউলীত বিনামুলীয়া চিকিৎসা শিবিৰৰ আয়োজন সেনা বাহিনীটোৰ ৷

health-camp-organized-by-indian-army
বাক্সাত ভাৰতীয় সেনাৰ বিনামুলীয়া চিকিৎসা শিবিৰ সম্পন্ন
author img

By

Published : Jan 21, 2021, 10:00 PM IST

বাক্সা, ২১ জানুৱাৰী : বাক্সা জিলাৰ তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ কাউলীত ভাৰতীয় সেনা বাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ সৌজন্যত বিনামুলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় । উক্ত চিকিৎসা শিবিৰত দাঁত, চকু, ছালৰ সমস্যাৰ লগতে উচ্চ ৰক্তচাপৰ লগতে বিভিন্ন বেমাৰৰ পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে চিকিৎসকসকলে। ক‘ভিড প্ৰট‘কল অনুসৰি মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখি ৰোগী সকলে শাৰী পাতি চিকিৎসা সেৱা গ্ৰহণ কৰা পৰিলক্ষিত হয় ।

বাক্সাত ভাৰতীয় সেনাৰ বিনামুলীয়া চিকিৎসা শিবিৰ সম্পন্ন

উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত বৃহত্তৰ কাউলী অঞ্চলৰ কুৰি খনৰো অধিক গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰি নিজৰ নিজৰ স্বাস্থ্য পৰীক্ষা কৰে। ভাৰতীয় সেনা বাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ এনেধৰণৰ প্ৰশংসনীয় পদক্ষেপৰ বাবে সেনা বাহিনীটোৰ শলাগ লৈছে অঞ্চলবাসীয়ে ।

লগতে পঢ়ক : বিধানসভা নিৰ্বাচনঃ ফেব্ৰুৱাৰীত আসনৰ ভাগ-বটোৱাৰা বিজেপি-অগপৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.