বাক্সা,26 জুন: ২৪ নং এছ এছ বি বাহিনী ৰঙিয়াৰ দ্বাৰা প্ৰীতি ফুটবল খেল আৰু ফুটবলৰ সামগ্ৰী বিতৰণ কাৰ্যসূচী ৷ মঙলবাৰে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ অন্তৰ্গত কুমাৰীকাটাৰ গণেশগুৰিৰ খেল পথাৰত প্ৰীত ফুটবল খেলৰ আয়োজন কৰে এছ এছ বি বাহিনীয়ে ৷ উক্ত ফুটবল খেলৰ শুভৰাম্ভ কৰে ২৪ নং এছএছ বি ৰঙিয়াৰ ডেপুটী কমাণ্ডেন্ট দিপক চাহীয়ে । এই খেলত ভাগ লয় বগাজুলি ফুটবল ক্লাৱ আৰু ৰিপিকাং ফুটবল ক্লাৱ নাগাপুৰ নামৰ দুটা দলে ৷ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ১ নং পশ্চিম কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ কৃষ্ণ মুছাহাৰী, গাঁওবুঢ়া ডম্বৰ বাহাদুৰ ছেত্ৰী, জিতেন বসুমতাৰী, ২৪ বাহিনী এছ এছ বিৰ ডেপুটী কমাণ্ডেন্ট পংকজ শৰ্মা, এচিচটেন্ট কমাণ্ডেন্ট ধীৰাজ কুমাৰ চাহা ৷ খেলৰ অন্তত সভাতেই ফুটবলৰ বিভিন্ন সামগ্ৰীও বিতৰণ কৰা হয় খেলুৱৈসকলক ।
বাক্সাত এছএছবি বাহিনী ৰঙিয়াৰ দ্বাৰা প্ৰীতি ফুটবল খেলৰ আয়োজন - ফুটবল
মঙলবাৰে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ অন্তৰ্গত কুমাৰীকাটাৰ গণেশগুৰিৰ খেল পথাৰত এখন প্ৰীত ফুটবল খেলৰ আয়োজন কৰে এছ এছ বি বাহিনীয়ে ৷ উক্ত ফুটবল খেলৰ শুভৰাম্ভ কৰে ২৪ নং এছএছ বি ৰঙিয়াৰ ডেপুটী কমাণ্ডেন্ট দিপক চাহীয়ে ।
বাক্সা,26 জুন: ২৪ নং এছ এছ বি বাহিনী ৰঙিয়াৰ দ্বাৰা প্ৰীতি ফুটবল খেল আৰু ফুটবলৰ সামগ্ৰী বিতৰণ কাৰ্যসূচী ৷ মঙলবাৰে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ অন্তৰ্গত কুমাৰীকাটাৰ গণেশগুৰিৰ খেল পথাৰত প্ৰীত ফুটবল খেলৰ আয়োজন কৰে এছ এছ বি বাহিনীয়ে ৷ উক্ত ফুটবল খেলৰ শুভৰাম্ভ কৰে ২৪ নং এছএছ বি ৰঙিয়াৰ ডেপুটী কমাণ্ডেন্ট দিপক চাহীয়ে । এই খেলত ভাগ লয় বগাজুলি ফুটবল ক্লাৱ আৰু ৰিপিকাং ফুটবল ক্লাৱ নাগাপুৰ নামৰ দুটা দলে ৷ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ১ নং পশ্চিম কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ কৃষ্ণ মুছাহাৰী, গাঁওবুঢ়া ডম্বৰ বাহাদুৰ ছেত্ৰী, জিতেন বসুমতাৰী, ২৪ বাহিনী এছ এছ বিৰ ডেপুটী কমাণ্ডেন্ট পংকজ শৰ্মা, এচিচটেন্ট কমাণ্ডেন্ট ধীৰাজ কুমাৰ চাহা ৷ খেলৰ অন্তত সভাতেই ফুটবলৰ বিভিন্ন সামগ্ৰীও বিতৰণ কৰা হয় খেলুৱৈসকলক ।
২৪ নং এছ এছ বিৰ দ্বাৰা প্ৰতি ফুটবল খেল আৰু ফুটবলৰ সামগ্ৰী বিতৰণ
চিৱিক এক্সন কাৰ্য্যক্ৰমৰ দ্বাৰা ২৪ নং এছএছবি বাহিনী ৰঙিয়াৰ দ্বাৰা বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ অন্তৰ্গত কুমাৰীকাটাৰ গণেশগুৰিৰ খেল পথাৰত প্ৰীত ফুটবল খেলৰ আয়োজন কৰে। যত বগাজুলি ফুটবল ক্লাব আৰু ৰিপিকাং ফুটবল ক্লাব নাগাপুৰ দুটা দলে ভাগ লয়। উক্ত ফুটবল খেলৰ শুভৰাম্ভ কৰে ২৪ নং এছএছ বি ৰঙিয়াৰ ডেপুটী কমাণ্ডেন্ট দিপক চাহীয়ে কৰে। এই কাৰ্যসুচীত মুখ্য অতিথি ৰুপে উপস্থিত থাকে ১ নং পশ্চিম কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ কৃষ্ণ মুছাহাৰীয়ে , আমন্ত্ৰিত অতিথি ৰুপে উপস্থিত থাকে গাওবুঢ়া ডম্বৰ বাহাদুৰ ছেত্ৰী, জিতেন বসুমতাৰী, ২৪ বাহিনী এছএছবিৰ ডেপুটী কমাণ্ডেন্ট পংকজ শৰ্মা, এচিচটেন্ট কমাণ্ডেন্ট ধীৰাজ কুমাৰ চাহা উপস্থিত থাকি পিছত খেলৰ অন্তত খেলুৱৈ সকলক ফুটবলৰ বিভিন্ন সামগ্ৰী বিতৰণ কৰে ।
Ajit Rabha BAKSA
ETV Bharat Assam