ETV Bharat / state

পুঠিমাৰী নৈৰ বাঢ়নী পানী আৰু গৰাখহনীয়াই ভেটি মাটি উচন বহুকেইটা পৰিয়ালৰ - gureswar

তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ ২নং বেটাগাঁওত পুঠিমাৰী নৈৰ বাঢ়নী পানী আৰু গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে গাঁওবাসীৰ । বহাগমাহৰ প্ৰথম বৰষুণতে গাওঁখনৰ চাৰিটা কৈ পৰিয়ালৰ ঘৰ মাটি নৈত জাহ যোৱাৰ পিচত এতিয়া আহাৰ মাহৰ নেৰা নেপেৰা বৰষুণে আনিছে বহুকেইটা পৰিয়াললৈ অমানিশা

পুঠিমাৰী নৈৰ বাঢ়নী পানী আৰু গড়াখহনীয়া ই ভেটি মাটি উচন বহুকেইটা পৰিয়ালৰ
author img

By

Published : Jul 12, 2019, 4:33 AM IST

নলবাৰী 12 জুলাইঃ তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ ২নং বেটাগাঁওত পুঠিমাৰী নৈৰ বাঢ়নী পানী আৰু গড়াখহনীয়াই নিদ্ৰা হৰণ কৰিছে গাঁওবাসীৰ । বহাগমাহৰ প্ৰথম বৰষুণতে গাওঁখনৰ চাৰিটা কৈ পৰিয়ালৰ ঘৰ মাটি নৈত জাহ যোৱাৰ পিচত এতিয়া আহাৰ মাহৰ নেৰা নেপেৰা বৰষুণে আনিছে বহুকেইটা পৰিয়াললৈ অমানিশা । নৈৰ পানী বাঢ়ি অহাৰ সমান্তৰাল কৈ গৰাখহনীয়াই তাণ্ডৱ ৰূপ লৈছে । চপৰা চপৰিকৈ খহিছে নৈ খনৰ গৰা । প্ৰতিটো বানতে ভেটি মাটি হেৰুৱাইছে গঞাই । যোৱাকালিৰ পৰা হৈ থকা খহনীয়া ৰ ফলত বহু মাটি নৈৰ বুকুত জাহ গৈছে । নৈপৰীয়া চাৰি ঘৰ লোক ক্ৰমে মিঠুন শিল,নিৰঞ্জন শিল,চিতল শিল আৰু উজ্বল শিলৰ তামোল পানৰ বস্তি ৰ লগতে গছ গছনি ইতিমধ্য বহুতো নৈৰ খহনীয়া ত জাহ গৈছে৷ তেঁওলোকে ঘৰ সা সম্পত্তি নৈত জাহ যোৱাৰ ভয়ত নিজে ঘৰ দুৱাৰ ভাঙি অন্য ঠাইলৈ ঢাপলি মেলিছে । স্থানীয় ৰাইজে মূল্যৱান গছ গছনি অতি কম মূল্যতে বিক্ৰী কৰিছে ।

পুঠিমাৰী নৈৰ বাঢ়নী পানী আৰু গড়াখহনীয়া ই ভেটি মাটি উচন বহুকেইটা পৰিয়ালৰ
জলসম্পদ বিভাগৰ হেমাহিতে গাঁও খনত নৈ খনে এনেদৰে প্ৰতিটো বানতে তাণ্ডৱ চলাই বুলি ৰাইজে অভিযোগ কৰিছে৷

Intro:পুঠীমাৰী নৈৰ বাঢ়নী পানী আৰু গড়াখহনীয়া ই ভেটি মাটি উচন কৰিছে বহুকেইটা পৰিয়ালৰ ।Body:তামুলপুৰ,১১/৭/১৯,
তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ ২নং বেটাগাওত পুঠিমাৰী নৈৰ বাঢ়নী পানী আৰু গড়াখহনীয়া ই নিদ্ৰা হৰণ কৰিছে গাওবাসীৰ।বহাগমাহৰ প্ৰথম বৰষুণতে গাওঁখনৰ চাৰিটা কৈ পৰিয়ালৰ ঘৰ বাড়ি নৈত জাহ যোৱাৰ পিছত এতিয়া আহাৰ মাহৰ নেৰা নপৰা বৰষুণে আনিছে বহুকেইটা পৰিয়াললৈ অমানিশা।নৈৰ পানী বাঢ়ি অহাৰ সমান্তৰাল কৈ গড়াখহনীয়া ও তাণ্ডৱ ৰূপ লৈছে।চপৰা চপৰিকৈ খহিছে নৈ খনৰ গড়া।প্ৰতিটো বানতে ভেটি মাটি হেৰুৱাইছে গয়াই।যোৱাকালিৰ পৰা হৈ থকা খহনীয়া ৰ ফলত বহু মাতি নৈৰ বুকুত জাহ গৈছে।নৈপৰীয়া চাৰি ঘৰ লোক ক্ৰমে মিঠুন শিল,নিৰঞ্জন শিল,চিতল শিল আৰু উজ্বল শিলৰ তামোল পানৰ বস্তি ৰ লগতে গছ গছনি ইতিমধ্যে বহুতো নৈৰ খহনীয়া ত জাহ গৈছে।তেওলোকে ঘৰ সা সম্পত্তি নৈত জাহ যোৱাৰ ভয়ত নিজে ঘৰ দুৱাৰ ভাঙি অন্য ঠাইলৈ ঢাপলি মেলিছে।মূল্য বান গছ গছনি অতি কম মূল্য তে বিক্ৰী কৰিছে।
জলসম্পদ বিভাগৰ হেমাহীতে আছলতে গাও খনত নৈ খনে এনেদৰে প্ৰতিটো বানতে তাণ্ডৱ চলাই বুলি ৰাইজে অভিযোগ কৰে।বিভাগটোৱে বহৰ চেফটি বনাই খহনীয়া ৰোধ কৰিব বিচাৰে, আচলতে এইটো বিভাগটোৰ বিষয়া কৰ্মচাৰী ৰ ধন সৰকোৱা ফান হে বুলি ৰাইজে কব বিচাৰে।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam. Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.