ETV Bharat / state

গোৰেশ্বৰত অসম পাব্লিক ৱৰ্কচৰ সভাপতি অভিজিৎ শৰ্মাৰ পুত্তলিকা দাহ - apw

ভাৰতীয় যুৱ মৰ্চাৰ কৰ্মীসকলে অসম পাব্লিক ৱৰ্কচৰ সভাপতি অভিজিৎ শৰ্মাৰ পুত্তলিকা দাহ কৰে গোৰেশ্বৰ নগৰৰ মাজ মজিয়াত । অভিজিৎ শৰ্মাই জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বিৰোদ্ধে যি দুৰ্নীতিৰ অভিযোগ আনিছে সেয়া সম্পূৰ্ণ মিছা বুলি দাবী কৰে সংগঠনটোৱে।

গোৰেশ্বৰত অসম পাব্লিক ৱৰ্কচৰ সভাপতি অভিজিৎ শৰ্মাৰ পুত্তলিকা দাহ
author img

By

Published : Apr 30, 2019, 9:41 PM IST

তামুলপুৰ 30 এপ্ৰিলঃ তামুলপুৰৰ গোৰেশ্বৰত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ কৰ্মীসকলে মঙলবাৰে সন্ধিয়া এক প্ৰতিবাদী কৰ্যসূচী ৰুপায়ণ কৰে। যুৱ মৰ্চাৰ সমৰ্থকসকলে অসম পাব্লিক ৱৰ্কচৰ সভাপতি অভিজিৎ শৰ্মাৰ পুত্তলিকা দাহ কৰে গোৰেশ্বৰ নগৰৰ মাজ মজিয়াত । অভিজিৎ শৰ্মাই জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বিৰুদ্ধে যি দুৰ্নীতিৰ অভিযোগ আনিছে সেয়া সম্পূৰ্ণ মিছা বুলি দাবী কৰে সংগঠনটোৱে। ভৱেশ কলিতাই এনে দুৰ্নীতি কেতিয়াও নকৰে, অভিজিৎ শৰ্মাই মন্ত্ৰী ভৱেশ কলিতাৰ ভাৱ মূৰ্তি বিনষ্ট কৰিবৰ বাবে এনে নিকৃষ্ট ষড়যন্ত্ৰ ৰচনা কৰিছে। পাবত গজা নেতা অভিজিৎ শৰ্মাই কোনো ৰাজনৈতিক ষড়যন্ত্ৰৰে বলিৰ পঠা সজাব বিচাৰিছে ভৱেশ কলিতাক।তেখেতৰ ভাব মূৰ্তি বিনষ্ট কৰাতো কেতিয়াও গ্ৰহণ যোগ্য নহয় বুলি প্ৰতিবাদকাৰী সকলে কয়। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে উত্তৰ কামৰূপ জিলাৰ যুৱমৰ্চাৰ সম্পাদক ঋষভ ৰঞ্জন দাস উপ সভাপতি সমাৰেন্দ শৰ্মা।

Intro:তামুলপুৰৰ গোৰেশ্বৰ ত APW ৰ সভাপতি অভীজিৎ শৰ্মাৰ পুত্তলিকা দাহ।Body:তামুলপুৰ ,30/4/2019
তামুলপুৰৰ গোৰেশ্বৰ ত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ কৰ্মী সকলে আজি সন্ধিয়া এক প্ৰতি বাদী কৰ্য্যসূচী ৰুপায়ন কৰে।যুৱ মৰ্চাৰ সমৰ্থক সকলে APW ৰ সভাপতি অভীজিৎ শৰ্মাৰ পুত্তলিকা দাহ কৰে গোৰেশ্বৰ টাউনৰ মাজ মজিয়াত ।অভীজিৎ শৰ্মাই জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বিৰোদ্ধে যি দুৰ্নীতিৰ অভিযোগ আনিছে সেয়া সম্পূৰ্ণ মিছা বুলি দাবী কৰে সংগঠনটোৱে।ভৱেশ কলিতাই এনে দুৰ্নীতি কেতিয়াও নকৰে,অভীজিৎ শৰ্মাই মন্ত্ৰী ভৱেশ কলিতাৰ ভাব মূৰ্তি বিনষ্ট কৰিবৰ বাবে এনে নিকৃষ্ট সৰজন্ত্ৰ ৰচনা কৰিছে। এই পাবত গজা নেতা অভীজিৎ শৰ্মাই কোনো ৰাজনৈতিক সৰজন্ত্ৰ ৰ বলিৰ পঠা সজাব বিচাৰিছে ভৱেশ কলিতাক।ভৱেশ কলিতা ৰঙিয়া সমষ্টিৰ বিধায়ক তেখেতক আমি ভাল দৰে জানো।তেখেত নিকা ভাবমূৰ্তিৰ সহজ সৰল আৰু দুৰ্নীতিৰ বিৰোদ্ধো আপোচ নকৰা এগৰাকী বিধায়ক।গতিকে তেখেতৰ ভাব মূৰ্তি বিনষ্ট কৰাতো কেতিয়াও গ্ৰহণ যোগ্য নহয় বুলি প্ৰতিবাদ কৰী সকলে কয়।প্ৰতিবাদত ভৱেশ কলিতা জিন্দাবাদ, অভীজিৎ শৰ্মা মুৰ্দা বাদ,অভীজিৎ শৰ্মাৰ দালালি নচলিব বুলি শ্লোগান দিয়ে প্ৰতিবাদী সকলে।
প্ৰতিবাদত উপস্থিত থাকে উত্তৰ কামৰূপ জিলাৰ যুৱমৰ্চাৰ সম্পাদক ঋষভ ৰঞ্জন দাস উপসভাপতি সমাৰেন্দ শৰ্মা।
অন্যহাতে অভীজিৎ শৰ্মাই মন্ত্ৰী গৰাকীৰ বিৰোদ্ধে অনা এই অভিযোগ সচানে মিছা সেয়া সময়ে নিৰ্ধাৰণ কৰিব বুলি সচেতন মহলৰ মাজত বু বা চলিছে।
ভাষ্য-----যুৱমৰ্চাৰ সম্পাদক।
30.4.2019
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam .Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.