ETV Bharat / state

গোৰেশ্বৰত বিশ্ব পৰিৱেশ দিৱস পালন - গোৰেশ্বৰত বিশ্ব পৰিৱেশ দিৱস পালন

ৰাষ্ট্ৰীয় অপৰাধ অনুসন্ধান সংস্থা নামৰ বেচৰকাৰী সংস্থাটোৰ গোৰেশ্বৰ শাখাই শুকুৰবাৰে গোৰেশ্বৰৰ ৰাজহ চক্ৰ, চিকিৎসালয়, সেনাচাউনী, চি আৰ পি কেম্প, শুৱাগপুৰ আৰক্ষী চকীত গছ পুলি ৰোপনেৰে পালন কৰে বিশ্ব পৰিৱেশ দিৱস ৷

Eanvermental day celebration
Eanvermental day celebration
author img

By

Published : Jun 6, 2020, 2:37 AM IST

তামুলপুৰ, 6 জুনঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় অপৰাধ অনুসন্ধান সংস্থা নামৰ বেচৰকাৰী সংস্থাটোৰ গোৰেশ্বৰ শাখাই শুকুৰবাৰে গোৰেশ্বৰৰ ৰাজহ চক্ৰ কাৰ্যালয়, চিকিৎসালয়, সেনাচাউনী, চি আৰ পি কেম্প, শুৱাগপুৰ আৰক্ষী চকীত গছ পুলি ৰোপন কৰে ৷

গোৰেশ্বৰৰ বিভিন্ন স্থানত গছপুলি ৰোপন
গোৰেশ্বৰৰ বিভিন্ন স্থানত গছপুলি ৰোপন
গোৰেশ্বৰত বিশ্ব পৰিৱেশ দিৱস পালন

গছপুলি ৰোপন কৰি গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া জোণটি ডেকাই চক্ৰটোৰ কৰ্মচাৰী ঘনকান্ত ডেকাক গছৰ পুলিটো ডাঙৰ দীঘল কৰাৰ দায়িত্ব দিয়ে । শুৱাগপুৰ আৰক্ষী চকীৰ বিষয়া ৰাজেন্দ্ৰ বড়োয়ে সংস্থাটোৰ এই কামৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ ইপিনে গোৰেশ্বৰ আঞ্চলিক ছাত্র সন্থায়ো সমিতি খনৰ অন্তৰ্গত ৰামপুৰ গাৱত গছ পুলি ৰোপন কৰে ৷

গোৰেশ্বৰৰ বিভিন্ন স্থানত গছপুলি ৰোপন
গোৰেশ্বৰৰ বিভিন্ন স্থানত গছপুলি ৰোপন

লগতে পঢ়কঃ কান্ধত নাঙল লৈ পথাৰত নামিল মাজুলীৰ বিদ্যাৱতী !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.