ETV Bharat / state

বাক্সাৰ মুছলপুৰৰ দৰিদ্ৰ পৰিয়ালক সামগ্ৰী বিতৰণ স্বেচ্ছাসেৱী সংগঠনৰ - বাক্সাৰ মুছলপুৰৰ দৈন্য পৰিয়ালক সামগ্ৰী বিতৰণ স্বেচ্ছাসেৱী সংগঠনৰ

চেভেন চিষ্টাৰ ডেভেলপমেন্ট স্বেচ্ছাসেৱী সংগঠনে প্ৰায় 200 টা পৰিয়ালক চাউল , দাইল , মিঠাতেল , নিমখ, আলুৰ লগতে চেনীতেৰী নেপকিন আদি কেবাটাও লাগতিয়াল সামগ্ৰী বিতৰণ কৰে ৷

বাক্সাৰ মুছলপুৰৰ দৈন্য পৰিয়ালক সামগ্ৰী বিতৰণ স্বেচ্ছাসেৱী সংগঠনৰ

author img

By

Published : Apr 13, 2020, 3:29 PM IST

বৰমা, 13 এপ্ৰিলঃ দেশজুৰি তলাবন্ধত স্তব্ধ হৈ পৰিছে জনজীৱন ৷ এই দুৰ্যোগৰ সময়ত সোমবাৰে বৰমাৰ সমীপৱৰ্তী কতবাৰী, নিজ-জুলুকী অঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহলৈ ছেভেন চিস্তাৰ ডেভেলপমেন্ট স্বেচ্ছাসেৱী সংগঠনে সহায়ৰ হাত আগবঢ়াই ৷ চেভেন চিষ্টাৰ ডেভেলপমেন্ট স্বেচ্ছাসেৱী সংগঠনে প্ৰায় 200 টা পৰিয়ালক চাউল , দাইল , মিঠাতেল , নিমখ, আলুৰ লগতে চেনীতেৰী নেপকিন আদি কেবাবিধো লাগতিয়াল সামগ্ৰী বিতৰণ কৰে ৷ আনহাতে বিহুৰ দিনটোত সাহাৰ্য সামগ্ৰী লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰে দৰিদ্ৰ লোকসকলে ৷

দৈন্য পৰিয়ালক সামগ্ৰী বিতৰণ স্বেচ্ছাসেৱী সংগঠনৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.