ETV Bharat / state

দীপাৱলীকলৈ ব্যস্ত কুমাৰীকাটাৰ মৃৎশিল্পীসকল

author img

By

Published : Nov 12, 2020, 12:16 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কুমাৰীকাটাৰ মৃৎশিল্পীসকলো ব্যস্ত হৈ পৰিছে মাটিৰ চাকি বনোৱাত | বিনোৱাপুৰ গাঁৱৰ বহুকেইটা পৰিয়ালে প্ৰায় পঞ্চাশ বছৰ ধৰি জড়িত হৈ আছে মৃৎশিল্পৰ লগত ৷ কিন্তু দীৰ্ঘদিনীয়া ল'ক ডাউনত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে মৃৎশিল্পৰ বজাৰ।

as_bak_01_,diwali_preparation_vis_AS10037
দীপাৱলীকলৈ ব্যস্ত কুমাৰীকাটাৰ মৃৎশিল্পীসকল

তামুলপুৰ,12 নৱেম্বৰ: পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো দুটা দিন বাকী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কুমাৰীকাটাৰ মৃৎশিল্পীসকলো ব্যস্ত হৈ পৰিছে মাটিৰ চাকি বনোৱাত ৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ বিনোৱাপুৰ গাঁৱৰ বহুকেইটা পৰিয়ালে প্ৰায় পঞ্চাশ বছৰ ধৰি জড়িত হৈ আছে মৃৎশিল্পৰ লগত ৷ মৃৎ শিল্পৰ যোগেদিয়েই স্বাৱলম্বী হৈ আছিল পৰিয়ালসমূহ ৷ কিন্তু দীৰ্ঘদিনীয়া ল'ক ডাউনত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে মৃৎশিল্পৰ বজাৰ। তথাপিও পূৰ্বৰ অৱস্থা ঘুৰি অহাৰ আশাত ৰৈ আছে এইসকল পৰিয়াল ৷

কুমাৰীকাটা মৌজাৰ বিনোৱাপুৰ গাঁওৰ মৃৎ শিল্পৰ লগত জড়িত বহুকেইটা পৰিয়ালে মাটিৰ চাকিকে ধৰি কালিপূজাত ব্যৱহৃত অন্যান্য মাটিৰ সামগ্ৰী নিৰ্মাণ কৰাত ব্যস্ত হৈ আছে। কিন্তু ক'ৰণা মহামাৰী আৰু আধুনিকতাৰ পৰশত চাকিৰ সলনি ক্ৰেতাই ৰঙ বিৰঙৰ লাইট ব্যৱহাৰ কৰা বাবে তেওঁলোকে পোৱা নাই পূৰ্বৰ দৰে বজাৰ। এই পৰিয়ালকেইটিয়ে অদ্যপি চৰকাৰৰ পৰা পোৱা নাই কোনো চৰকাৰী সহায় ৷

লগতে পঢ়ক: আলফা(স্বা)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.