ETV Bharat / state

কাঠফুলা উৎপাদনেৰে স্বাৱলম্বিতাৰ পথ - বাক্সা প্ৰেছ ক্লাৱ

বাক্সা প্ৰেছ ক্লাৱত সদৌ অসম মাছৰূম উৎপাদক সন্থাৰ কাঠফুলা খেতি আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰে ৷ এই অনুষ্ঠানত গুৱাহাটী কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানী ডঃ মধুস্মিতা কটকীৰ লগতে জিলা কৃষি বিজ্ঞানী ডঃ ধীৰেন কলিতা উপস্থিত থাকে ৷

আত্ম নিৰ্ভৰশীলতাৰ আন এক উৎকৃষ্ট উপায় কাঠফুলা
author img

By

Published : Aug 22, 2019, 9:27 AM IST

Updated : Aug 22, 2019, 12:07 PM IST

বাক্সা, 22 আগষ্টঃ বাক্সা প্ৰেছ ক্লাৱত সদৌ অসম কাঠফুলা উৎপাদক সন্থাৰ উদ্যোগত আৰু জিলা কাঠফুলা উৎপাদক সন্থাৰ সহযোগত কাঠফুলা সম্পৰ্কে এক আলোচনা চক্ৰ অনুষ্ঠিত হয় । কৃষি বিজ্ঞানী ডঃ ধীৰেন কলিতাই কাঠফুলা খেতিৰ দ্বাৰা যে আত্মনিৰ্ভৰশীল হ'ব পাৰি সেই বিষয়ে মন্তব্য কৰে ৷

আত্ম নিৰ্ভৰশীলতাৰ আন এক উৎকৃষ্ট উপায় কাঠফুলা

সদৌ অসম কাঠফুলা উৎপাদক সন্থাৰ সভাপতি হৰেণ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হয় কাঠফুলা খেতি আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে আলোচনা ৷ এই অনুষ্ঠানত গুৱাহাটী কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানী ডঃ মধুস্মিতা কটকীয়ে কাঠফুলাৰ উপকাৰিতাৰ বিষয়ে বক্তব্য দিয়ে । তেওঁ কাঠফুলা উৎপাদন কৰি কিদৰে লাভান্বিত হ'ব পাৰি আৰু এই খেতিৰে আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰতো উপযোগী বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ আনহাতে কামৰূপ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী ডঃ ধীৰেন কলিতাই কাঠফুলা খেতিৰ দ্বাৰা কেনেকৈ স্বাৱলম্বী হ'ব পাৰি তাৰ ওপৰত বিশেষ ভাৱে বক্তব্য আগবঢ়ায়। তাৰোপৰি বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী ডঃ উৎপল শৰ্মা উপস্থিত থাকে ৷ তেওঁ নিৱনুৱাসকলে কাঠফুলা খেতিৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে আত্মনিৰ্ভৰশীল হ'ব পাৰে বুলি উল্লেখ কৰে ৷

Intro:বৰমাত মাচৰুমৰ ওপৰত কৰ্মশালাBody:বৰমাত সদৌ অসম মাচৰূম উৎপাদক সন্থাৰ আলোচনা চক্ৰ :
বৰমা ২১ আগষ্ট :
বাক্সা জিলাৰ বৰমাস্হিত বাক্সা প্ৰেছ ক্লাৱত আজি সদৌ অসম মাচৰূম উৎপাদক সন্থাৰ উদ্যোগত আৰু বাক্সা জিলা মাচৰূম উৎপাদক সন্থাৰ সহযোগত মাচৰূম বিষয়ক সম্পৰ্কে এক আলোচনা চক্ৰ অনুস্হিত হয় । সদৌ অসম মাচৰূম উৎপাদক সন্থাৰ সভাপতি হৰেণ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত গুৱাহাটী কৃষি  বিশ্ববিদ্যালয়ৰ কৃষি  বিজ্ঞানী ডঃ মধুস্মিতা কতকীয়ে মাচৰূম দুখীয়াৰ মাংস বুলি কৈ কৃষক সকলক মাচৰূমৰ উপকাৰীতাৰ বিষয়ে ভাষণ ৰাখে। তেও  মাচৰূম উৎপাদন কৰি কিদৰে লাভাম্বিত হব পাৰি আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়াই । কামৰূপ জিলা  কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী ডঃ ধীৰেন কলিতাই মাচৰূম খেতিৰ দ্বাৰা  কেনেকৈ নিৱনুৱাই স্বাৱলম্বীতাৰ পথ বাছি লব পাৰি তাৰ ওপৰত বিশদ ব্যাখ্যা আগবঢ়াই। বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী ডঃ উৎপল শৰ্মাই নিবনুৱাসকলে  মাচৰূম খেতিৰ জৰিয়তে অতি  কম সময়ৰ ভিতৰতে আত্মনিৰ্ভৰশীল হব পাৰে বুলি  উল্লেখ কৰি বাক্সাৰ কৃষক সকলক মাচৰূমৰ লাভালাভৰ বিষয়ে বিতংকৈ বুজাই কয়। বাক্সা জিলাৰ অৱসৰ প্ৰাপ্ত জিলা কৃষি বিষয়া কৈলাশ ডেকাই বাক্সা জিলা  মাচৰূম সন্থাৰ উদ্যোগতাক মাচৰূম  চাহিদা আৰু বজাৰ সম্পৰ্কে কেনেকৈ লব পাৰি বুজাই দিয়ে।থানেশ্বৰ মেধিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সদৌ অসম মাচৰূম উৎপাদক সন্থাৰ সম্পাদক, জিলা কৃষি বিজ্ঞানী সকলে বক্তব্য ৰাখে।

বাইটঃ মধুমিতা কাকতি (গুৱাহাটী কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানী)
বৰমাৰ পৰা দিলীপ বড়ো ৷

Conclusion:মাছৰুমৰ কাৰণে প্ৰচুৰ সম্ভাৱনা আছে অসমত ৷
Last Updated : Aug 22, 2019, 12:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.