ETV Bharat / state

বাক্সাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত কৰ'ণা ভাইৰাছৰ সজাগতা প্ৰদান

author img

By

Published : Mar 20, 2020, 11:53 PM IST

বিজেপিৰ সভাপতি ৰাম দাহালে কৰ'ণা ভাইৰাছৰ পৰা কেনেকৈ হাতত সাৰি থাকিব পাৰি তাৰেই সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে।

কৰ'ণা ভাইৰাকৰ'ণা ভাইৰাছৰ সজাগতা প্ৰদানছৰ সজাগতা প্ৰদান
কৰ'ণা ভাইৰাছৰ সজাগতা প্ৰদান

বাক্সা, 20 মাৰ্চঃ শুকুৰবাৰে আবেলি গুৱাহাটীত ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদমেলযোগে বিটিচি নিৰ্বাচন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে । আনহাতে আজি বাক্সাৰ তামুলপুৰত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা লগতে কুমাৰীকাটাত দুৰ্গা মন্দিৰ প্ৰাংগণত ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী পৰিচালনা সমিতি গঠনত উপস্থিত থাকি বাক্সা জিলাৰ বিজেপিৰ সভাপতি ৰাম দাহালে কৰ'ণা ভাইৰাছৰ পৰা কেনেকৈ হাতত সাৰি থাকিব পাৰি তাৰেই সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে। লগতে দলীয় কৰ্মী সকলক নিৰ্বাচনৰ প্ৰচাৰ কৰাৰ উপৰিও ৰাইজক বাৰে বাৰে হাত ধুই চাফ চিকুণ কৰি থকাৰ পৰামৰ্শ দিয়ে সভাপতিগৰাকীয়ে।

কৰ'ণা ভাইৰাছৰ সজাগতা প্ৰদান

লগতে পঢ়কঃ মহানগৰীৰ দুটাকৈ স্থানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰৱৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.