ETV Bharat / state

নিৰ্বাচনঃ ঘনে ঘনে সলনি হৈছে বিটিচিৰ ৰাজনৈতিক প্ৰেক্ষাপট

বিটিচিত ক্ৰমাৎ বৃদ্ধি পাইচে নিৰ্বাচনী খবৰ ৷ ঘনে ঘনে সলনি হৈছে বিটিচিৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ সমৰ্থিত প্ৰাৰ্থীক বিজয়ী কৰিবলৈ প্ৰতিটো মুহূৰ্তত সষ্টম ৰাজনৈতিক দল ৷

btcs-political-landscape-has-changed-frequently-with-the-focus-on-election
নিৰ্বাচনক কেন্দ্ৰ কৰি ঘনে ঘনে সলনি হৈছে বিটিচিৰ ৰাজনৈতিক প্ৰেক্ষাপট
author img

By

Published : Nov 11, 2020, 10:14 AM IST

বৰপেটাৰোড, 11 নৱেম্বৰ : বাক্সাৰ নিমুৱাত এক সংবাদমেল সম্বোধন কৰি কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীয়ে ইউ পি পি এলক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে । সংবাদমেলত কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ কেন্দ্ৰীয় সম্পাদক উত্তম কুমাৰ ৰয়ে সদৰি কৰে এই কথা ৷

বিটিচিত পৰিৱৰ্তনৰ স্বাৰ্থত ইউ পি পি এলক সমৰ্থন কৰা বুলি কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ এই সিদ্ধান্ত লোৱা বুলিও মন্তব্য কৰে দলটোৰ কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে ৷ জনজাতীয় সম্পৰ্কত ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ সৈতে এক বৈঠকত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও অৱগত কৰে সংবাদমেলত ।

উল্লেখ্য যে,সংবাদমেলত বাক্সা জিলা প্ৰগ্ৰেছিভ পাৰ্টীৰ সভাপতি প্ৰফুল্ল বৰ্মন আৰু সম্পাদক চিত্তৰঞ্জন ৰয় উপস্থিত থাকে ৷

লগতে পঢ়ক : বিহাৰ বিধানসভা নিৰ্বাচনী ফলাফল 2020 : নেতাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.