ETV Bharat / state

নিৰ্বাচনৰ পিছতেই ভূমি পট্টা বিতৰণ কৰিম: হাগ্ৰামা মহিলাৰী

author img

By

Published : Dec 1, 2020, 8:42 PM IST

বাক্সা জিলাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ ৷ নিৰ্বাচনৰ পিছতেই ভূমি পট্টা বিতৰণ কৰিব হাগ্ৰামা মহিলাৰীয়ে ৷ মঙলবাৰে নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োক কটাক্ষ কি কয় যে দুয়ো মিলি বিটিচিক অশান্ত কৰিব বিচাৰিছে ৷

As_baksa_bpf_election_news_vis_as10029
নিৰ্বাচনৰ পিছতেই ভূমি পট্টা বিতৰণ কৰিম : হাগ্ৰামা মহিলাৰী

বৰমা, ১ ডিচেম্বৰ: বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই বিটিচিত আৰম্ভ হৈছে প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী ৰনডংকা । মঙলবাৰে বাক্সা জিলাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী ৰাজু বৰালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই হাগ্ৰামা মহিলাৰীয়ে ৷ ভাষণ প্ৰসংগত মহিলাৰীয়ে কয় যে, নিৰ্বাচন শেষ হোৱাৰ দুমাহৰ ভিতৰতে ৰাইজক ভূমি পট্টা প্ৰদান কৰিম ৷

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয়, তেওঁ বিটিচি অশান্ত কৰিব বিচাৰিছে ৷ হিমন্ত আৰু প্ৰমোদ বড়োৱে বিটিচিৰ পৰা বড়ো আৰু অবড়ো সকলক উচ্ছেদ কৰিব বিচাৰি কেন্দ্ৰীয় চৰকাৰলৈ আবেদন কৰিছে ৷ আমি বিপিএফ দলে কোনো কাৰণতে এই কাৰ্য হ'বলৈ নিদিওঁ ৷ ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা বিপিএফ দলৰ পৰা পদত্যাগ কৰা বিশ্বজিত দৈমাৰীয়ে শিক্ষক সকলৰ ৪.৩৭ কৌটি টকা খাই বিজেপিলৈ গৈছে ৷

এই নিৰ্বাচনী সভাত প্ৰমিলা ৰাণী ব্ৰহ্ম, বিপিএফ মহিলা গোটৰ সভানেত্ৰী সুপ্ৰীয়া ৰাণী ব্ৰহ্ম, কৌতুক অভিনেতা বিপুল ৰাভা উপস্থিত থাকে ৷

লগতে পঢ়ক: হৰিজন ক'লনিৰ গৃহহাৰা পৰিয়ালৰ কাষত যুৱনেতা মৃগাংক জ্যোতি বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.