ETV Bharat / state

বৰমাত বিপিএফৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সভা

প্ৰবীণ বড়োৱে লগতে কয় যে, নৱ কুমাৰ শৰণীয়াই বড়ো-অবড়ো কৰি আমাৰ সাতামপুৰুষীয়া এনাজৰীক থানবান কৰিব বিচাৰিছে ৷ বড়ো আৰু অনাবড়োৰ মাজত সংঘাত সৃষ্টি কৰিছে ৷ বড়ো আৰু অনাবড়োৰ মাজত যি সম্প্ৰীতি এই সম্প্ৰীতিক কুঠাৰাঘাট কৰিছে ৷ এইয়া বড়ো জাতিৰ বাবে গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু অনাবড়োৰ বাবেও গ্ৰহণযোগ্য হ'ব নোৱাৰে ৷ মোৰ এটাই সপোন আছে, এই সপোনটোৱেই হ'ল ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ মাজত বৰমা সমষ্টিক এটা আদৰ্শ সমষ্টি হিচাপে গঢ়ি তোলা ৷

বৰমাত বিপিএফৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সভা
বৰমাত বিপিএফৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সভা
author img

By

Published : Apr 4, 2021, 4:11 PM IST

বাক্সা, ৪ এপ্ৰিল: এশ জন প্ৰমোদ বড়ো আৰু নৱ শৰণীয়া আহিলেও মহাজোঁটবন্ধনক দিছপুৰত চৰকাৰ গঠন কৰাত কোনেও ৰোধিব নোৱাৰে ৷ এইবাৰ দিছপুৰত মহাজোঁটৰ চৰকাৰ হ'বই ৷ এই মন্তব্য ৬২ নং বৰমা (অ:জ) বিধানসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী প্ৰবীণ বড়োৰ ৷ বিপিএফ দলৰ বৰমা বিধানসভা সমষ্টিৰ নিৰ্বাচনী সমিতিৰ উপ-সভাপতি নাগেশ্বৰ চৌধুৰীৰ সভাপতিত্বত বাগানপাৰা ব্লক বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে প্ৰাৰ্থী প্ৰবীণ বড়োৱে ৷

বৰমাত বিপিএফৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সভা

প্ৰবীণ বড়োবে লগতে কয় যে, নৱ কুমাৰ শৰণীয়াই বড়ো-অবড়ো কৰি আমাৰ সাতামপুৰুষীয়া এনাজৰীক থানবান কৰিব বিচাৰিছে ৷ বড়ো আৰু অনাবড়োৰ মাজত সংঘাত সৃষ্টি কৰিছে ৷ বড়ো আৰু অনাবড়োৰ মাজত যি সম্প্ৰীতি এই সম্প্ৰীতিক কুঠাৰাঘাট কৰিছে ৷ এইয়া বড়ো জাতিৰ বাবে গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু অনাবড়োৰ বাবেও গ্ৰহণযোগ্য হ'ব নোৱাৰে ৷ মোৰ এটাই সপোন আছে, এই সপোনটোৱেই হ'ল ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ মাজত বৰমা সমষ্টিক এটা আদৰ্শ সমষ্টি হিচাপে গঢ়ি তোলা ৷

শনিবাৰে অনুষ্ঠিত হোৱা এই সভাত উপস্থিত থাকে বাক্সা জিলা জমিয়ত উলেমাৰ সভাপতি মৌলানা জাহিৰ হুচেইন, ধমধমা আঞ্চলিক জমিয়ত উলেমাৰ সভাপতি মহম্মদ নবাব আলী, পিজে এচিবিএমৰ মুখ্য উপদেষ্টা গংগাধৰ ৰামছিয়াৰী, বৰমা বিধানসভা নিৰ্বাচনী সমিতিৰ সভাপতি নিৰেণ চৈনাৰীকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি ৷ এই অনুষ্ঠানতে ইউপিপিএল, জিছপি আৰু বিজেপিৰ দুই শতাধিক নেতা-কৰ্মীয়ে বিপিএফ দলৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰে ৷ দলত যোগদান কৰা নতুন কৰ্মীসকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণী জনায় প্ৰাৰ্থী প্ৰবীণ বড়োৱে ৷

লগতে পঢ়কঃ চ'তৰ বোকোচাত উঠি আকৌ আহিল হেঁপাহৰ ব’হাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.