ETV Bharat / state

নিৰ্বাচন আয়োগক অভিযোগ গণ সুৰক্ষা দ‘লৰ প্ৰাৰ্থীৰ বিৰুদ্ধে - বৰমা

বিটিচি ২৩নং দিহিৰা সমষ্টিৰ গণ সুৰক্ষা দ‘লৰ প্ৰাৰ্থী ঘনশ্যাম দাসে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি পথ নিৰ্মাণ কৰাৰ অভিযোগ বিজেপিৰ ২৩নং দিহিৰা সমষ্টিৰ মণ্ডল বিজেপিৰ সভাপতি টেকনাথ পৰাজুলিৰ ৷

নিৰ্বাচন আয়োগক অভিযোগ গণ সুৰক্ষা দ‘লৰ প্ৰাৰ্থীৰ বিৰুদ্ধে

author img

By

Published : Jul 29, 2020, 5:54 PM IST

বৰমা, ২৯ জুলাইঃ "বিজেপিয়ে সকলো জাতি-জনগোষ্ঠীক লগত লৈ সমাজৰ উন্নতি কৰিবলৈ আগবাঢ়িছে । আজিৰ দিনত অকল এটা জাতিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি সমাজৰ উন্নতি কৰিব নোৱাৰে ৷"-এই ভাষ্য বিজেপিৰ ২৩ নং দিহিৰা সমষ্টিৰ মণ্ডল বিজেপিৰ সভাপতি টেকনাথ পৰাজুলিৰ ৷ মঙলবাৰে সাংবাদিকৰ আগত কয় যি আজিৰ দিনত এটা জাতিয়ে শান্তি তথা উন্নতি কৰিব পৰাটো সম্ভৱ নহয় ৷

নিৰ্বাচন আয়োগক অভিযোগ গণ সুৰক্ষা দ‘লৰ প্ৰাৰ্থীৰ বিৰুদ্ধে

বিটিচি ২৩নং দিহিৰা সমষ্টিৰ গণ সুৰক্ষা দ‘লৰ প্ৰাৰ্থী ঘনশ্যাম দাসে পথ মেৰামতিৰ কামত প্ৰত্যক্ষ সহযোগ কৰা সন্দৰ্ভত বিজেপিৰ নেতা গৰাকীয়ে কয় যে এই প্ৰাৰ্থী গৰাকীয়ে বিগত পাঁচ বছৰীয়া কাৰ্যকালত সমষ্টিটোৰ কোনো কাম নকৰি এতিয়া নিৰ্বাচনী আচৰণ বলবৎ হৈ থকাৰ সময়তে পথ মেৰামতি কৰা কাৰ্যই হাস্যকৰ ৷ এই সম্পৰ্কে নিৰ্বাচন আয়োগক অভিযোগ দিয়া বুলিও কয় ৷

আনহাতে বিটিচি নিৰ্বাচনত নাগৰিকত্ব সংশোধনী আইনৰ কোনো প্ৰভাৱ নপৰে বুলি মন্তব্য কৰি বিজেপি নেতা গৰাকীয়ে এই নিৰ্বাচনত সকলো লোকে বিজেপি দলকে ভোট দিব বুলি কয় ৷

লগতে পঢ়কঃ দহমহীয়া পুলকিতৰ চিকিৎসাৰ বাবে সহায় বিচাৰিছে পৰিয়ালবৰ্গই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.