ETV Bharat / state

কৰ’ণা ভাইৰাছৰ বাবে ভূটানত ভাৰতীয় লোকৰ প্ৰৱেশ বন্ধ - ভূটানত ভাৰতীয় লোকৰ প্ৰৱেশ বন্ধ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে আহ্বান জনাইছে জনতা কাৰ্ফিউ ৷ ফলত আজিৰে পৰা দোকান পোহৰ, যান বাহনৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । ইয়াৰ সমান্তৰালকৈ কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চুবুৰীয়া ৰাষ্ট্ৰ ভূটান প্ৰশাসনে ভাৰতীয় লোকক ভূটানত প্ৰৱেশ নিষিদ্ধ কৰিছে ৷

Bhutan gate closed for Indians due to Corona
কৰ’ণা ভাইৰাছৰ বাবে ভূটানত ভাৰতীয় লোকৰ প্ৰৱেশ বন্ধ
author img

By

Published : Mar 21, 2020, 8:41 PM IST

Updated : Mar 21, 2020, 8:53 PM IST

বাক্সা,21 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ বাবে প্ৰৱেশ বন্ধ অসমৰ চুবুৰীয়া দেশ ভূটানত ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে আহ্বান জনাইছে জনতা কাৰ্ফিউ ৷ ফলত আজিৰে পৰা দোকান পোহৰ, যান বাহনৰ চলাচলত মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । ইয়াৰ সমান্তৰালকৈ কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰশাসনে ভাৰতীয় লোকক ভূটানত প্ৰৱেশ নিষিদ্ধ কৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ভাৰত-ভূটান সীমান্তত বসবাস কৰা জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

কৰ’ণা ভাইৰাছৰ বাবে ভূটানত ভাৰতীয় লোকৰ প্ৰৱেশ বন্ধ

আনহাতে, বাক্সাৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটাত এগৰাকী ক্ষুদ্ৰ চাহ ব্যৱসায়ে কৰ’ণা ভাইৰাছৰ পৰা হাত সাৰি থাকিবৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ দোকানলৈ অহা গ্ৰাহক সকলৰ পৰিস্কাৰ পৰিছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি দোকান খনৰ সন্মুখত ৰখা হৈছে পানীৰ বাল্টি আৰু চাবোন । এনেদৰেই প্ৰতিগৰাকী লোকে এই মাৰাত্মক ৰোগবিধৰ সৈতে মোকাবিলা কৰাৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ ৷

লগতে পঢ়ক-একাপ চাহে আপোনাক সহায় কৰিব পাৰে কৰ'ণা ভাইৰাছ প্ৰতিৰোধত

Last Updated : Mar 21, 2020, 8:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.