ETV Bharat / state

বাক্সাৰ সুৱনখাটাত উদ্ধাৰ ভালুকৰ পোৱালী - BAKSA ASSAM

স্থানীয় স্বেচ্ছাসেৱী সংগঠন মানাহ চৌচি খংখৰ ইকো টুৰিজিম চ'ছাইটিয়ে উদ্ধাৰ কৰি গতালে বন বিভাগক ৷ খবৰ অনুসৰি,শুকুৰবাৰে বাটাবাৰী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত সুৱণখাটা সংৰক্ষিত বনাঞ্চলৰ পৰা আমবাৰী গাঁৱৰ কেইজনমান যুৱকে এটা ভালুকৰ পোৱালী ধৰি লৈ আহে

বাক্সাৰ খুৱনখাটাত উদ্ধাৰ ভালুকৰ পোৱালী
author img

By

Published : Apr 6, 2019, 1:19 PM IST

বাক্সা, ৬ এপ্ৰিলঃ বাক্সাৰ মুছলপুৰৰ আমগুৰিত উদ্ধাৰ এটা ভালুকৰ পোৱালী ৷ স্থানীয় স্বেচ্ছাসেৱী সংগঠন মানাহ চৌচি খংখৰ ইকো টুৰিজিম চ'ছাইটিয়ে উদ্ধাৰ কৰি গতালে বন বিভাগক ৷ খবৰ অনুসৰি,শুকুৰবাৰে বাটাবাৰী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত সুৱণখাটা সংৰক্ষিত বনাঞ্চলৰ পৰা আমবাৰী গাঁৱৰ কেইজনমান যুৱকে এটা ভালুকৰ পোৱালী ধৰি লৈ আহে ৷ পাচত বিষয়টো মানাহ চৌচি খংখৰ ইকো টুৰিজিম চ'ছাইটিৰ সদস্যই খবৰ লাভ কৰি নিশাই ভালুকৰ পোৱালীটো যুৱককেইজনৰ হাতৰ পৰা উদ্ধাৰ কৰে ৷ আনহাতে, পুৱা স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি বিজয় চৌধুৰীয়ে আনুষ্ঠানিকভাৱে ভালুকৰ পোৱালীটো বন বিভাগক চমজাই দিয়ে ৷

Intro:বাক্সাৰ খুৱনখাটাত তিনিমহীয়া ভালুকৰ পোৱালী উদ্ধাৰঃBody:বাক্সাত ভালুকৰ পোৱালী উদ্ধাৰ
বন বিভাগক গোতালে মানাহ চৌচি খংখৰ ইকো টুৰিজিম চোছাইটিয়েঃ

দিলীপ বড়ো, বৰমা, ৬ এপ্ৰিলঃ
বাক্সাৰ মুছলপুৰৰ আমগুৰিত উদ্ধাৰ এটা ভালুকৰ পোৱালী ৷ স্থানীয় স্বেচ্ছাসেৱী সংগঠন মানাহ চৌচি খংখৰ ইকো টুৰিজিম চোছাইটিয়ে উদ্ধাৰ কৰি গোতালে বন বিভাগক ৷ জানিবলৈ দিয়া মতে শুক্ৰবাৰে বাটাবাৰী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত সূৱণখাটা সংৰক্ষিত বনাঞ্চলৰ পৰা আমবাৰী গাঁৱৰ কেইজনমান যুৱকে এটা ভালুকৰ পোৱালী ধৰি লৈ আহে ৷ পিচত বিষয়টো মানাহ চৌচি খংখৰ ইকো টুৰিজিম চোছাইটিৰ সদস্যই গম পাই নিশাই ভালুকৰ পোৱালীটো যুৱককেইজনৰ হাতৰ পৰা উদ্ধাৰ কৰে ৷ আজি পুৱা স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি বিজয় চৌধুৰীয়ে আনুষ্ঠানিকভাৱে ভালুকৰ পোৱালীটো বন বিভাগক চমজায় দিয়ে ৷Conclusion:BYTE প্ৰকৃতিপ্ৰেমী বিজয় চৌধুৰী
BYTE বন কৰ্মচাৰী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.