ETV Bharat / state

পুৰীলৈ যোৱা 7 তীৰ্থযাত্ৰীৰ সৈতে যোগাযোগ ব্যাহত পৰিয়ালৰ - jagganath

বাক্সাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত খাৰুৱা জানগাঁৱৰ সাত গৰাকী বৃদ্ধাই ২৮ এপ্ৰিলত ট্ৰেইনযোগে ৰাওনা হৈছিল পুৰীৰ তীৰ্থ ভ্ৰমণলৈ ৷ কিন্তু উৰিষ্যাত ধুমুহাৰ তাণ্ডৱ চলোৱাৰ পাচৰে পৰাই পৰিয়ালৰ লগত সংযোগ বিচ্ছিন্ন হৈ আছে বৰমা খাৰুৱাজানৰ ৭ জন তীৰ্থযাত্ৰী ৷

জগন্নাথ পুৰীলৈ যোৱা 7 তীৰ্থযাত্ৰীৰ সৈতে যোগাযোগ ব্যাহত পৰিয়ালৰ
author img

By

Published : May 5, 2019, 11:02 PM IST

বৰমা, ৫ মে’: বাক্সাৰ বৰমাৰ ৭ গৰাকী তীৰ্থযাত্ৰী ফণীৰ তাণ্ডৱৰ মাজত ওড়িশাত আবদ্ধ হৈ থকা ঘটনাই গভীৰ চিন্তাত পেলাইছে পৰিয়ালসমূহৰ মাজত ৷ চৰকাৰলৈ পৰিয়ালসমূহৰ কাতৰ-আহ্বান সুকলমে আনি দিয়ক একেখন গাঁৱৰে সাতগৰাকী বৃদ্ধ তীৰ্থযাত্ৰী ৷

জগন্নাথ পুৰীলৈ যোৱা 7 তীৰ্থযাত্ৰীৰ সৈতে যোগাযোগ ব্যাহত পৰিয়ালৰ

উল্লেখ্য যে বাক্সাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত খাৰুৱা জানগাঁৱৰ সাত গৰাকী বৃদ্ধাই ২৮ এপ্ৰিলত ট্ৰেইনযোগে ৰাওনা হৈছিল পুৰীৰ তীৰ্থ ভ্ৰমণলৈ ৷ কিন্তু উৰিষ্যাত ধুমুহাৰ তাণ্ডৱ চলোৱাৰ পাচৰে পৰাই পৰিয়ালৰ লগত সংযোগ বিচ্ছিন্ন হৈ আছে বৰমা খাৰুৱাজানৰ ৭ জন তীৰ্থযাত্ৰী ৷

Intro:বৰমাৰ পৰা তীৰ্থ ভ্ৰমণৰ বাবে যোৱা ৭ জন ৰ বৰ্তমান যোগাযোগ ব্যাহতBody:বৰমাৰ ৭ তীৰ্থ যাত্ৰী সন্ধান হীন উৰিষ্যাত ৷
বৰমা, ৫ মে’
বাক্সাৰ বৰমাৰ ৭ গৰাকী তীৰ্থ যাত্ৰী ফনিৰ মাজত আবদ্ধ হৈ সন্ধান হীন হৈ থকা ঘটনাই গভীৰ চিন্তাত পেলাইছে পৰিয়াল সমুহৰ মাজত ৷ চৰকাৰলৈ পৰিয়াল সমুহৰ কাতৰ আহ্বান সুকলমে আনি দিয়ক সন্ধান হীন একেখন গাওৰে সাত গৰাকী বৃদ্ধ তীৰ্থ যাত্ৰী ৷
বাক্সা জিলাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত খাৰুৱা জান গাওৰ সাত গৰাকী বৃদ্ধাই ২৮ এপ্ৰিলত ট্ৰেইন যোগে ৰাওনা হৈছিল জগন্নাথ - পুৰিৰ তীৰ্থ ভ্ৰমনলৈ ৷ আপোন ঘৰখনৰ পৰা আনন্দ মনে বিদায় লৈছিল খাৰুৱাজান গাওৰ কাঞ্চন বৰ্মন, গোলাপী বৰ্মন, কিৰন বৰ্মন, লক্ষ বৰ্মন, বজ্ৰ বৰ্মন, তীলো বৰ্মন,আৰু কুঞ্জ বৰ্মন নামৰ বৃদ্ধা সাত গৰাকী ৷ কিন্তু হঠাতে উৰিষ্যাত উৎপত্তি হোৱা ফনিৰ মাজত আবদ্ধ হোৱা ৰাজ্য খনৰ কেবাগৰাকী তীৰ্থ যাত্ৰীক উদ্ধাৰ কৰিলে যদিও এই মুহুৰ্তলৈ সন্ধান লাভ কৰা নাই খাৰুৱা জান গাওৰ সাত গৰাকী তীৰ্থ যাত্ৰীৰ ৷ পৰিয়ালৰ লোক সকলে ফোনৰ যোগাযোগ লাভ কৰিব নোৱাৰি শোকত ভাঙি পৰিছে পৰিয়াল কেইটা ৷ ৰাজ্য চৰকাৰলৈ কাতৰ আহ্বান সুকলমে ঘুৰাই আনক বৃদ্ধা কেইগৰাকীক ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:উৰিষ্যাৰ জগন্নাথ - পুৰীত তীৰ্থ ভ্ৰমণত গৈ বৰ্তমান যোগাযোগ বিশ্চিন্ন হৈ আছে বৰমা খাৰুৱাজানৰ ৭ জন তীৰ্থযাত্ৰী ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.