ETV Bharat / state

বৰমাত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

বিটিচি নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে বিপিএফ দলে বাক্সাৰ বৰমাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে ৷ এই সভাত উপস্থিত থাকে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী, অসম চৰকাৰৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপৰিও দলটোৰ বিভিন্ন নেতা-কৰ্মী ৷

As_bak_barma-bpf-meeting_vis1_as10029
বৰমাত বিপিএফৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা
author img

By

Published : Dec 20, 2020, 2:58 PM IST

বাক্সা,20 ডিচেম্বৰ : বৰমাত দেওবাৰে অনুষ্ঠিত হয় বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা | বিটিচি নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে বিপিএফ দলে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে ৷ এই সভাত উপস্থিত থাকে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী, অসম চৰকাৰৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম,মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপৰিও দলটোৰ বিভিন্ন নেতা-কৰ্মী ৷ এই কাৰ্যনিৰ্বাহক সভাত দলটোৰ বিভিন্ন সাংগঠনিক দিশ সম্পৰ্কে আলোচনা কৰে নেতৃবৃন্দই ৷ এই সভাতেই বিটিচিত পুনৰ বিপিএফে চৰকাৰ গঠন কৰিব বুলি হুংকাৰ প্ৰদান কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

বৰমাত বিপিএফৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা

আনহাতে, আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত থাকে বিপিএফৰ সভাপতিগৰাকী ৷ ইয়াৰ উপৰিও সাংবাদিকে ৰাজ্য চৰকাৰৰ সৈতে বিপিএফৰ মিত্ৰতা সন্দৰ্ভত শোধা প্ৰশ্নত কাৰো লগতে মিত্ৰতা নাই বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

লগতে পঢ়ক-জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.