ETV Bharat / state

খ্ৰীষ্টান ধৰ্মৰ পৰা ব্ৰহ্ম সমাজত দীক্ষিত হ'ল বৰমাৰ এটি পৰিয়াল - converted into brahmo society from Christianity

খ্ৰীষ্টান ধৰ্মৰ পৰা ব্ৰহ্ম সমাজত দীক্ষিত হ'ল বৰমাৰ এটি পৰিয়াল (Barama family converted into brahmo society from Christianity) । সম্পূৰ্ণ বৈদিক নীতি-নিয়মেৰে ধৰ্মান্তৰকৰণ পৰিয়ালটোৰ ।

barama
barama
author img

By

Published : Sep 18, 2022, 4:13 PM IST

বাক্সা, ১৮ ছেপ্টেম্বৰ : দেশত ধৰ্মান্তৰকৰণক লৈ চৰ্চা তথা বিতৰ্ক অব্যাহত আছে (religious conversion controversy) । বিশেষকৈ বহু লোকক বলপূৰ্বক ইছলাম তথা খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণৰ অভিযোগ সময়ে সময়ে উত্থাপন হৈ আহিছে (forcefully converted into Islam and Christian) । আনহাতে, এই সন্দৰ্ভত বিভিন্ন সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰো সৃষ্টি হৈছে ।

বলপূৰ্বক ধৰ্মান্তৰকৰণৰ অভিযোগত বহুতে প্ৰাণ পৰ্যন্ত বিসৰ্জন দিবলগীয়াও হৈছে । তাৰ মাজতে এইবাৰ বাক্সা জিলাত খ্ৰীষ্টান ধৰ্মৰ পৰা ধৰ্মান্তৰিত হ'ল এটি পৰিয়াল । হোম যজ্ঞৰ নীতি-নিয়মেৰে খ্ৰীষ্টান ধৰ্মৰ পৰা ধৰ্মান্তৰিত হ'ল বাক্সা জিলা বৰমাৰ শৈলেন স্বৰ্গীয়াৰীৰ পৰিয়াল (Barama family converted into brahmo society from Christianity) । ২০০৩ চনৰ পূৰ্বে সনাতন ধৰ্মৰ লোক আছিল স্বৰ্গীয়াৰীৰ পৰিয়ালটো ।

খ্ৰীষ্টান ধৰ্মৰ পৰা ব্ৰহ্ম সমাজত দীক্ষিত হ'ল বৰমাৰ এটি পৰিয়াল

২০০৩ চনত খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ পৰিয়ালটোৱে গ্ৰহণ কৰিছিল খ্ৰীষ্টান ধৰ্ম । সুদীৰ্ঘ ১৯ বছৰৰ অন্তত ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰিয়ে পুনৰ ব্ৰহ্ম সমাজলৈ উভতি আহে শৈলেন স্বৰ্গীয়াৰীৰ পৰিয়ালটো । আজি নিজ বাসগৃহতে সম্পূৰ্ণ বৈদিক নীতিৰে ব্ৰহ্ম সমাজৰ কেইবাগৰাকীও দীক্ষিত ব্যক্তিৰ লগতে কেইবাটাও হিন্দুত্ববাদী সংগঠন বিষয়ববীয়াৰ উপস্থিতিত এই ধৰ্মান্তৰকৰণ কাৰ্য সম্পাদন হয় ।

এইক্ষেত্ৰত ধৰ্মান্তৰিত পৰিয়ালটোৰ মুৰব্বী শৈলেন স্বৰ্গীয়াৰীয়ে জাতিৰ কথা ভাবিয়ে ধৰ্মান্তৰিত হোৱাৰ কথা ব্যক্ত কৰে (family converted into brahmo society in Baksha) । লগতে খ্ৰীষ্টান ধৰ্মটো মালিককেন্দ্ৰিক যেন লগাৰ কথাও ব্যক্ত কৰে । আনহাতে, ব্ৰহ্ম সমাজৰ ব্যক্তি নৰবেশ্বৰ ব্ৰহ্মই খীষ্টানসকলে বিভিন্ন প্ৰলোভনেৰে সাধাৰণ শ্ৰেণীক ধৰ্মান্তৰিত কৰে বুলি মত প্ৰকাশ কৰে । ইয়াৰ লগতে মুছলমানে মাটি দখল কৰা, লাভ জেহাদ কৰা আদি কথাও ব্যক্ত কৰে । সেয়ে সকলোকে নিজ ধৰ্ম ৰক্ষা কৰিবলৈও তেওঁ ৰাইজক আহ্বান জনায় । সেয়া নকৰিলে ভাৰত ৰাষ্ট্ৰ হয়তো পাকিস্তান, নহ'লে ব্ৰিটিছৰ হাতলৈ যাব বুলিও মত ব্যক্ত কৰে ।

লগতে পঢ়ক :5 জিলাক খৰাং সদৃশ পৰিস্থিতি ঘোষণা কৰিবলৈ কৃষি বিভাগৰ প্ৰস্তাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.