ETV Bharat / state

বাক্সাৰ শিমলাগুৰীত চালান বিহীন দুখন ইউৰিয়া সাৰ ভৰ্ত্তি ট্ৰাক জব্দ - শিমলাগুৰী আৰক্ষী

৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চালান বিহীনভাৱে কঢ়িয়াই নি থকাৰ সময়ত শিমলাগুৰী আৰক্ষীয়ে জব্দ কৰে ইউৰিয়া সাৰ ভৰ্তি দুখন ট্ৰাক৷ চুবুৰীয়া ৰাজ্য খনৰ পৰা চালান বিহীনভাৱে PB 10 FF 5155 আৰু PB 23 8113 নম্বৰৰ দুখন ট্ৰাকেৰে ইউৰিয়া সাৰ বৰাক উপত্যকাৰ শিলচৰলৈ অবৈধভাৱে কঢ়িয়াই লৈ গৈ থকা হৈছিল ৷

বাক্সাৰ শিমলাগুৰীত চালান বিহীন দুখন ইউৰীয়া সাৰ ভৰ্ত্তি ট্ৰাক জব্দ
author img

By

Published : Jul 28, 2019, 7:49 PM IST

বাক্সা, 28 জুলাইঃ শনিবাৰে নিশা বাক্সাৰ শিমলাগুৰী আৰক্ষীয়ে জব্দ কৰে ইউৰীয়া সাৰ ভৰ্তি দুখন ট্ৰাক৷ পশ্চিমবংগৰ পৰা চালানবিহীনভাৱে কঢ়িয়াই অনা ইউৰিয়া সাৰ ভৰ্তি ট্ৰাকৰ লগতে ট্ৰাকৰ চালককো আটক কৰে শিমলাগুৰী আৰক্ষীয়ে ৷ শনিবাৰে নিশা নাকা চেকিং চলি থকাৰ সময়তে ট্ৰাক দুখন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ চুবুৰীয়া ৰাজ্য খনৰ পৰা চালান বিহীনভাৱে PB 10 FF 5155 আৰু PB 23 8113 নম্বৰৰ দুখন ট্ৰাকেৰে ইউৰিয়া সাৰ বৰাক উপত্যকাৰ শিলচৰলৈ অবৈধভাৱে কঢ়িয়াই লৈ গৈ থকাৰ অৱস্থাতে জব্দ কৰা হয় ট্ৰাক কেইখন ৷

বাক্সাৰ শিমলাগুৰীত চালান বিহীন দুখন ইউৰীয়া সাৰ ভৰ্ত্তি ট্ৰাক জব্দ

আনহাতে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চালান বিহীনভাৱে কঢ়িয়াই নি থকাৰ সময়ত শিমলাগুৰী আৰক্ষীয়ে উক্ত ইউৰিয়া সাৰৰ চালান বিচাৰে যদিও গাড়ী দুখনৰ চালক দুগৰাকীয়ে উপযুক্ত কাগজ দেখুৱাব নোৱাৰাত আৰক্ষীয়ে ট্ৰাক দুখন জব্দ কৰাৰ লগতে চালককো আটক কৰে ৷ আটকাধীন চালক দুজন ক্ৰমে দালজিৎ সিং আৰু মোখতাৰ সিং ৷ দুয়োগৰাকী চালকৰ ঘৰ পাঞ্জাবৰ লুধিয়ানাত বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে যোৱা ২৬ জুলাইত পশ্চিমবংগৰ পৰা JK 02BV 9917 নম্বৰৰ ট্ৰাকেৰে অবৈধভাৱে ৰাষ্ট্ৰীয় ঘাই পথেৰে ২৪ টন ইউৰিয়া সাৰ কঢ়িয়াই শিলচৰলৈ গৈ থকাৰ সময়ত বৰপেটা জিলা পৰিবহণ বিভাগৰ পৰিদৰ্শকেও এখন ট্ৰাক জব্দ কৰিছিল৷

Intro:পশ্চিমবঙ্গৰ পৰা চালানবিহীন অবৈধভাৱে কঢ়িয়াই অনা ইউৰীয়া সাৰ ভৰ্তি আন দুখন ট্ৰাক শনিবাৰে নিশা বাক্সাৰ শিমলাগুৰী আৰক্ষীয়ে জব্দ কৰাৰ লগতে ট্ৰাক চালকদ্বয়ক আটক কৰে ৷ বাক্সাৰ শিমলাগুৰী আৰক্ষীয়ে শনিবাৰে নিশা নাকা চেকিং কৰি থকাৰ সময়ত ট্ৰাক দুখন জব্দ কৰিবলৈ সক্ষম হয় ৷ চুবুৰীয়া ৰাজ্য খনৰ পৰা চালান বিহীনভাৱে PB 10 FF 5155 আৰু PB 23 8113 নম্বৰৰ দুখন ট্ৰাকেৰে ইউৰীয়া সাৰ বৰাক উপত্যকাৰ শিলচৰলৈ অবৈধভাৱে কঢ়িয়াই লৈ গৈ আছিল ৷Body:৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চালান বিহীনভাৱে কঢ়িয়াই নি থকাৰ সময়ত শিমলাগুৰী আৰক্ষীয়ে উক্ত ইউৰীয়া সাৰৰ চালান বিচাৰে যদিও গাড়ী দুখনৰ চালক দুগৰাকীয়ে উপযুক্ত কাগজ পাতি দেখুৱাব নোৱাৰাত আৰক্ষীয়ে ইউৰীয়া সাৰ ভৰ্ত্তি ট্ৰাক দুখন জব্দ কৰাৰ লগতে ট্ৰাক দুখনৰ চালকক আটক কৰে ৷ আটকাধীন চালক দুজন হল দালজিৎ সিঙ আৰু মোখতাৰ সিঙ ৷ দুয়োগৰাকী চালকৰ ঘৰ পাঞ্জাবৰ লুদীয়ানাত বুলি জানিব পৰা গৈছে ৷Conclusion:উল্লেখ্য যে যোৱা ২৬ জুলাইত পশ্চিমবঙ্গৰ পৰা JK 02BV 9917 নম্বৰৰ ট্ৰাকেৰে চালানবিহীন ভাৱে অবৈধভাৱে ৰাষ্ট্ৰীয় ঘাই পথেৰে ২৪ টন ইউৰীয়া সাৰ কঢ়িয়াই শিলচৰলৈ গৈ থকা সময়ত বৰপেটা জিলা পৰিবহন বিভাগৰ পৰিদৰ্শকেও এখন ট্ৰাক জব্দ কৰিছিল ৷
বাইট
আৰক্ষী বিষয়া শিমলাগুৰী আৰক্ষী চকী ৷

Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.