ETV Bharat / state

বাক্সাত এন আৰ চিক লৈ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Oct 4, 2019, 5:44 PM IST

এন আৰ চিক লৈ উত্তপ্ত পৰিস্থিতি বাক্সাত ৷ ভৌকামাৰী কেইবাজনো লোকক সীমান্ত আৰক্ষীয়ে দ্বি ভোটাৰৰ জাননী দিবলৈ অহাৰ সময়তে সৃষ্টি হয় এই উত্তেজনাময় পৰিস্থিতি ।

বাক্সাত এন আৰ চিক লৈ উত্তপ্ত পৰিস্থিতি

বাক্সা, ৪ অক্টোবৰঃ বাক্সাৰ ভৌকামাৰীত উত্তপ্ত পৰিস্থিতি । সীমান্ত আৰক্ষীক আবদ্ধ কৰি ৰাখে উত্তেজিত ৰাইজে । স্থানীয় কেইবাজনো লোকক সীমান্ত আৰক্ষীয়ে দ্বি ভোটাৰৰ জাননী দিবলৈ অহাৰ সময়তে সৃষ্টি হয় এই উত্তেজনাময় পৰিস্থিতি । অৱশ্যে পাচত শালবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সীমান্ত আৰক্ষীক উদ্ধাৰ কৰে । উল্লেখ্য যে এন আৰ চিত নাম থকাৰ পিচতো সীমান্ত আৰক্ষীয়ে দ্বি ভোটাৰৰ জাননী দিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

Intro:বাক্সাত NRC কলৈ উত্তপ্তBody:বাক্সা, ৪ অক্টোবৰঃ
বাক্সাৰ ভৌকামাৰীত উত্তপ্ত পৰিস্থিতি। সীমান্ত আৰক্ষীক আৱদ্ধ উত্তেজিত ৰাইজৰ। কেইবাজনো ব্যক্তিক সীমান্ত আৰক্ষীয়ে দ্বি ভোটাৰৰ জাননী দিবলৈ অহাৰ সময়তে সৃষ্টি হয় এই উত্তেজনাৰ।পিচত শালবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰি সীমান্ত আৰক্ষীক উদ্ধাৰ কৰি লৈ যায়। এন আৰ চিত নাম থকাৰ পিচতো সীমান্ত আৰক্ষীয়ে দ্বি ভোটাৰৰ জাননী দিয়াৰ অভিযোগ ৰাইজৰ।
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বাক্সাত NRC কলৈ উত্তপ্ত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.