ETV Bharat / state

অৱশেষত NRC ত নাম আহিল পূৰণ বাহাদুৰ চেত্ৰীৰ - NRC assam

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম আৰু দ্বিতীয় খচৰাত মুক্তি যুঁজাৰু পৰিয়ালটোৰ নাম সন্নিৱিষ্ট নোহোৱাত চিন্তিত হৈ পৰিছিল পৰিয়ালটো । তাৰ পাচতে NRC প্ৰথম খচৰাত নাম নহাৰ কথা সম্প্ৰচাৰ হৈছিল ইটিভি ভাৰতত

অৱশেষত NRC ত নাম আহিল পূৰণ বাহাদুৰ চেত্ৰী
author img

By

Published : Sep 1, 2019, 10:42 PM IST

বাক্সা, 1 চেপ্তেম্বৰঃ অৱশেষত NRC ৰ চূড়ান্ত তালিকাত নাম আহিল বাক্সাৰ স্বাধীনতা সেনানী পূৰণ বাহাদুৰ চেত্ৰীৰ পৰিয়ালৰ । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম আৰু দ্বিতীয় খচৰাত মুক্তি যুঁজাৰু পৰিয়ালটোৰ নাম সন্নিৱিষ্ট নোহোৱাত চিন্তিত হৈ পৰিছিল পৰিয়ালটো । তাৰ পাচতে NRC প্ৰথম খচৰাত নাম নহাৰ কথা সম্প্ৰচাৰ হৈছিল ইটিভি ভাৰতত ৷ সম্প্ৰচাৰৰ পাচতে পৰিয়ালটোক লগ কৰিবলৈ আগমন ঘটে ৰথী-মহাৰথীৰ ৷ যাৰ বাবে আজাদ হিন্দু ফৌজৰ স্বাধীনতা সেনানী পুৰণ বাহাদুৰ চেত্ৰীৰ পৰিয়ালে ন্যায় পালে অন্তিম খন চূড়ান্ত এন আৰ চিৰ তালিকাত নাম প্ৰকাশ পালে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷

Intro:অৱশেষত এন আৰ চিৰ চুড়ান্ত তালিকাত নাম আহিল বাক্সাৰ স্বাধীনতা সেনানী পূৰণ বাহাদুৰ চেত্ৰীৰ পৰিয়ালৰ ।

Body:বাক্সা জিলাৰ বাগানপাৰা ৰাজহচক্ৰৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তত উত্তৰকুছীৰ পাহাৰপুৰ গাঁৱৰ এটা স্বাধীনতা সেনানী পৰিয়াল । যাৰ নাম পুৰণ বাহাদুৰ চেত্ৰী যিযে ১৪ বছৰ বয়সতে নেতাজী সুবাস চন্দ্ৰ বসুৰ আজাদ হিন্দু ফৌজত যোগদান কৰিছিল । কিন্তু দুৰ্ভাগ্য ক্ৰমে স্বাধীনতাৰ ৭৩ তম বৰ্ষ অতিক্ৰম কৰাৰ পিছতো কোনো চৰকাৰী সাহাৰ্য্য অথবা প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থাকিল পৰিয়ালটো । অতি পৰিতাপৰ বিষয় যে শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথম আৰু দ্বিতীয় খচৰাটো এই মুক্তি যুজাৰু পৰিয়ালটোৰ নাম সন্নিৱিষ্ট নোহোৱাত চিন্তিত হৈ পৰিছিল পৰিয়ালটো। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথম খচৰাত নামৰ নহাৰ কথা একমাত্ৰ ইটিভি ভাৰতত সম্প্ৰচাৰ হোৱাৰ পিছতেই পৰিয়ালটোক লগ কৰিবলৈ ৰথী মহাৰথীৰ আগমন ঘটিছিল । অৱশেষত আজাদ হিন্দু ফৌজৰ স্বাধীনতা সেনানী পুৰণ বাহাদুৰ চেত্ৰীৰ পৰিয়ালে ন্যায় পালে অন্তিম খন চুড়ান্ত এন আৰ চিৰ তালিকাত নাম প্ৰকাশ পালে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।

Conclusion:আনহাতে স্বাধীনতা সেনানী পুৰণ বাহাদুৰ চেত্ৰীৰ পত্নী পূৰ্ণ মায়া চেত্ৰীয়ে ইটিভি ভাৰতক ধন্যবাদ জ্ঞাপন কৰে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.